প্ৰাচীন গ্ৰীক-ৰোমান লেখকসকলে ভাৰতীয় উপমহাদেশৰ পূব অঞ্চলৰ এটা জনগোষ্ঠীৰ বাবে ব্যৱহাৰ কৰা শব্দ From Wikipedia, the free encyclopedia
গংগাঋদ্ধি বা গাংগাৰিডাই (সাঁচ:Lang-gr; Latin: Gangaridae) প্ৰাচীন গ্ৰীক আৰু ৰোমান লেখকসকলৰ দ্বাৰা ব্যৱহৃত এটি শব্দ যি ভাৰত উপমহাদেশৰ এটি অঞ্চলক আৰু সেই অঞ্চলৰ লোকসকলক সূচায়।[1][2]
আধুনিক পণ্ডিতে মত দিছে যে এই শব্দই গংগা নদীৰ ব-দ্বীপ সূচায়, যি বংগ অঞ্চলত স্থিত, যদিও আন মতো কোনো কোনোৱে পোষণ কৰে। গংগাঋদ্ধিৰ ৰাজধানী আছিল, টলেমিৰ মতে, গংগে বা গংগেছ। এই গংগে সম্ভৱতঃ চন্দ্ৰকেতুগঢ় বা ৱাৰি-বটেশ্বৰ।[3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.