গ
From Wikipedia, the free encyclopedia
এই প্ৰবন্ধটো অসমীয়া ভাষাৰ বৰ্ণটোৰ বিষয়ে। বঙালী ভাষাৰ বৰ্ণটোৰ বাবে বাংলা আখৰ গ চাওক।
গ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩য় আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'গ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'গ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'গ'-ক এনেদৰে লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (গ যোগ)
গ + ধ = গ্ধ = মুগ্ধ
গ + ন = গ্ন = ৰুগ্ন
গ + ম = গ্ম = যুগ্ম
গ + য = গ্য = ভাগ্য
গ + ৰ = গ্ৰ = গ্ৰহ
গ + ল = গ্ল = গ্লানি
'গ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
তথ্যসংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.