ভাৰতীয় অভিনেত্ৰী From Wikipedia, the free encyclopedia
আয়েশা জুল্কা (ইংৰাজী: Ayesha Jhulka জন্ম: ২৮ জুলাই ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে৷ তেওঁ ওড়িয়া, কন্নড়, আৰু তেলেগু ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷[4]
তেওঁ অভিনয় কৰা চলচ্চিত্ৰবোৰ হৈছে- কুৰবান (১৯৯১), জো জীতা বহী চিকান্দাৰ (১৯৯২), খিলাড়ী (১৯৯২), মেহেৰবান (১৯৯৩), দালাল (১৯৯৩), বালমা (১৯৯৩), ৱাক্ট হমাৰা হে (১৯৯৩), ৰং (১৯৯৩), সংগ্ৰাম (১৯৯৩), জয় কিসান (১৯৯), আৰু মাচুম (১৯৯৬)৷
তেওঁ ভাৰতীয় বায়ু সেনাৰ অভিচাৰ উইং কামাণ্ডা ইন্দৰ কুমাৰ জুল্কাৰ জীয়ৰী৷ তেওঁ সমীৰ বাসীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[3]
চন | চলচ্চিত্ৰ | চৰিত্ৰ | ভাষা | টোকা |
---|---|---|---|---|
১৯৯০ | নীতি সিদ্ধাৰ্থ | বাসন্তী | তেলেগু | |
১৯৯১ | কুৰবান | চন্দ্ৰা সিং | হিন্দী | |
মীট মেৰা মন কে (Meet Mere Man Ke) | হিন্দী | |||
হে মেৰী জান | নীলাম | হিন্দী | ||
১৯৯২ | মাচুক | নিশা ৰাই | হিন্দী | |
খিলাড়ী | নীলাম চৌধুৰী | হিন্দী | ||
জো জীতা বহী চিকান্দাৰ | অঞ্জলি | হিন্দী | ||
অনাম | মেঘনা | হিন্দী | ||
১৯৯৩ | কহৰা | নিশা | হিন্দী | |
কেইসে কেইসে ৰিস্তা | হিন্দী | |||
বলমা | মধু | হিন্দী | ||
মেহেৰবান | চন্দ্ৰা | হিন্দী | ||
সংগ্ৰাম | পল্লৱী কে. সিং | হিন্দী | ||
দালাল | ৰূপালী | হিন্দী | ||
ৰং | পূজা মালহোত্ৰা | হিন্দী | ||
ৱাক্ট হমাৰা হে | আয়েশা | হিন্দী | ||
দিল কী বাজাৰ | আৰতি | হিন্দী | ||
ওলাড কে দুশ্মন | চালু কুমাৰ | হিন্দী | ||
১৯৯৪ | ব্ৰহ্মা | আশা | হিন্দী | |
এক ৰাজা ৰাণী | বৰ্ষা | হিন্দী | ||
জয় কীসেন | আশা | হিন্দী | ||
মহা শক্তিশালী | হিন্দী | |||
১৯৯৫ | আকেলে হম আকেলে তুম | এৱাৰ্ড প্ৰেজেণ্টাৰ | হিন্দী | ফ্ৰেইণ্ডলী এপিয়াৰেঞ্চ |
আশিকী মষ্টানী (Aashique Mastaane) | মালতী | |||
১৯৯৬ | মাচুম | চন্দ্ৰা | হিন্দী | |
মুকাদ্দাৰ | মীনা | হিন্দী | ||
আপনে দম পৰ | নিজে | হিন্দী | বিশেষ ভূমিকা (আইটেম নম্বৰ) | |
১৯৯৭ | চাসী ৪২০ | ৰত্ন | হিন্দী | বিশেষ ভূমিকা |
বিশ্ববিধাতা | ৰাধা খান্না | হিন্দী | ||
জাজ মজৰীম | নৃত্যশিল্পী/কণ্ঠশিল্পী | হিন্দী | বিশেষ ভূমিকা | |
সুৰজ | ৰামকলী | হিন্দী/উৰ্দু | ||
ঘুংঘাট (Ghunghat) | ||||
১৯৯৮ | দন্দ নায়ক | নেইনা | হিন্দী | |
কানাচালু নেনে মানাচালু নেনে (Kanasalu Neene Manasalu Neene) | কন্নড় | |||
বাৰুদ | নৃত্যশিল্পী | হিন্দী | গেষ্ট এপিয়াৰেঞ্চ | |
হিম্মতৱালা | ৰাধা | হিন্দী | ||
১৯৯৯ | পুৰুষ | নিজে | হিন্দী | “কাহানী কিসমত কী” গীতত বিশেষ ভূমিকা |
ফুল ঔৰ আগ | হিন্দী | “মে গাঁৱ দিল গায়ে” গীতত বিশেষ ভূমিকা | ||
হোতে হোতে প্যাৰ হো গয়া | সভা | হিন্দী | ||
কোহৰাম: দ্য এক্সপ’শ্যন | চুইটী | হিন্দী | ||
কাহানী কিসমত কী | হিন্দী | |||
২০০০ | খালচা মেৰো ৰূপ হে খাচ (Khalsa Mero Roop Hai Khaas) | চান্নী (Channi) | ||
চিকাৰ | অঞ্জু গুপ্তা | |||
২০০১ | হাধ | হিন্দী | ||
চিঞ্চৰ | শশীলা | হিন্দী | ||
২০০২ | আম্মা | ৰূপা | হিন্দী | |
২০০৩ | আন্চ | দেৱাংগী গম. ঠাকুৰ | হিন্দী, আৱাধী (Awadhi) | |
২০০৪ | ৰাণ | শিৱানী | হিন্দী | |
জয় | জীয়াৰ মাক | তেলেগু | ||
২০০৫ | চসা না থা | বীৰেনৰ খুলশালী | হিন্দী | |
ডাবল ক্ৰচ: এক ধোকা | চনিয়া | |||
২০০৬ | জেকপট | কন্নড় | ||
উম্ৰাও জান | খুৰশীদ | হিন্দী | ||
জননী | উৰ্মিলা | |||
ৰাকতে লেখিছি না (Rakate Lekhichi Naa) | অৰিয়া | |||
২০০৯ | কেশ্যগ (Keshyog) | |||
২০১০ | আডা... এ ৱে অৱ লাইফ | হিন্দী | ||
২০১৮ | জিনিয়াচ | নন্দিনীৰ মাক | হিন্দী |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.