From Wikipedia, the free encyclopedia
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় ( ইংৰাজী: Assam Science and Technology University) জালুকবাৰী ,গুৱাহাটীত অৱস্থিত অসমৰ একমাত্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় । এই বিশ্ববিদ্যালয়খনি অসম চৰকাৰে ২০১১ চনত সমগ্ৰ অসম ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতিৰ হেতুকে "অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় আইন ২০০৯"ৰ দ্বাৰা স্থাপন কৰে।[1][2]
অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় Assam Science and Technology University | |
---|---|
স্থাপিত | ২০১০ |
ধৰণ | ৰাজহুৱা |
আচাৰ্য | অসমৰ ৰাজ্যপাল |
উপাচাৰ্য | অধ্যাপক ডঃ ধীৰাজ বৰা |
স্থান | জালুকবাৰী,গুৱাহাটী, অসম, ভাৰত |
চৌহদ | চহৰাঞ্চল |
উপনাম | এ এচ টি ইউ (ASTU) |
ভুক্তি | বিশ্ববিদ্যালয় অনুদান আয়োগ |
ৱেবছাইট | www |
প্ৰযুক্তিবিদ্যা আৰু গৱেষণাৰ ক্ষেত্ৰত উন্নতিৰ বাবে বিশ্ববিদ্যালয়খনে অষ্ট্ৰেলিয়াৰ কাৰ্টিন বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতাৰ এক চুক্তি স্বাক্ষৰ কৰিছে । [3]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.