From Wikipedia, the free encyclopedia
অমিয় ভূষণ মজুমদাৰ (ইংৰাজী: Amiya Bhushan Majumdar) হৈছে এগৰাকী ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, প্ৰবন্ধকাৰ আৰু নাট্যকাৰ। মজুমদাৰে বাংলা ভাষাত অসংখ্য উপন্যাস, চুটি গল্প, নাটক আৰু প্ৰবন্ধ লিখিছিল।
এই প্ৰবন্ধত বৰ্তমান গুৰুত্বপূৰ্ণ সালসলনিৰ কাম চলি আছে। সম্পাদনা দ্বন্দ্ব এৰাই চলিবলৈ এই জাননী থকা পৰ্যন্ত ইয়াত কোনোধৰণৰ সম্পাদনা নকৰিব। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক। যদি এই প্ৰবন্ধত দুসপ্তাহৰ অধিক সময় কাম হোৱা নাই, তেনেহ'লে এই সাঁচটো আঁতৰাই দিব পাৰে। |
অমিয় ভূষণ মজুমদাৰ | |
---|---|
জন্ম | -১৯১৮ , -২২ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
১৯১৮ চনৰ ২২ মাৰ্চত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম অনন্ত ভূষণ আৰু মাতৃৰ নাম জ্যোতিৰিন্দু দেৱী। অনন্ত ভূষণ আৰু জ্যোতিৰিন্দু দেৱীৰ পাঁচজন পুত্ৰৰ ভিতৰত অমিয় ভূষণ জ্যেষ্ঠ আছিল আৰু তেওঁৰ দুগৰাকী ডাঙৰ ভগ্নী আছিল।[1]
তেওঁ ইংৰাজীত সন্মানৰ স্নাতক আছিল, যদিও গণিত, ইতিহাস, ভূগোল, দৰ্শন, সংস্কৃত আৰু আইনৰ ওপৰত তেওঁৰ আধিপত্য ঈৰ্ষণীয় আছিল। ১৯৩৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ স্কটিছ চাৰ্চ কলেজত বি এ ইংৰাজী সন্মানৰ শ্ৰেণীত নামভৰ্তি কৰে। গুৰুতৰ অসুস্থতাৰ বাবে তেওঁ কেইমাহমানৰ পিছত কোচবিহাৰলৈ উভতি যায় আৰু ভিক্টোৰিয়া কলেজতভৰ্তি হয়।
1939 চনত ডিগ্ৰী অৰ্জন কৰাৰ পিছত, তেওঁ পৰিস্থিতিৰ দ্বাৰা তেওঁৰ পৰিয়ালৰ ভৰণপোষণৰ বাবে কুচবিহাৰ মুখ্য ডাকঘৰত স্নাতক কেৰাণী হিচাপে চাকৰি ল'বলৈ বাধ্য হৈছিল।[2]
মজুমদাৰ বাংলা সাহিত্যৰ এজন উৎকৃষ্ট কথাসাহিত্যিক আৰু বহুতো লেখক আৰু সৃজনশীল শিল্পীৰ বাবে আদৰ্শ আছিল। তেওঁ 'গড় শ্ৰীখণ্ড', 'মহিষ্কুৰাৰ উপকথা', 'ৰাজনগৰ', 'মধু সাধুখান' 'ফ্ৰাইডে আইলেণ্ড' আৰু বহুতো সাহিত্যিক উৎকৃষ্ট কৃতি প্ৰস্তুত কৰিছিল যিবোৰ প্ৰথমে অতি সীমিত প্ৰচলনৰ সৈতে সৰু আলোচনীত প্ৰকাশিত হৈছিল।
তেওঁ সম্পাদনা কৰা প্ৰধান উপন্যাস
নিৰবাচ
তেওঁৰ ২০০১ চনৰ ৮ জুলাইত মৃত্যু হৈছিল।[5]
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.