অটল বিহাৰী বাজপায়ী
ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী From Wikipedia, the free encyclopedia
অটল বিহাৰী বাজপেয়ী (হিন্দী: अटल बिहारी वाजपायी; ইংৰাজী: Atal Bihari Vajpayee; জন্ম ২৫ ডিচেম্বৰ ১৯২৪) স্বাধীন ভাৰতৰ ১০ম প্ৰধানমন্ত্ৰী। তেখেত মুঠ তিনিবাৰৰ বাবে, পোনপ্ৰথমবাৰ ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে (১৬ মে' ১৯৯৬-১ জুন ১৯৯৬), তাৰপাছত ১৯৯৮ - ১৯৯৯ চনত ১৩ মাহৰ বাবে (১৯ মাৰ্চ ১৯৯৮ , দ্বাদশ লোকসভা) আৰু চুড়ান্তভাৱে ১৯৯৯ চনৰ পৰা ২০০৪ (ত্ৰয়োদশ লোকসভা-২২ মে' ২০০৪) চনলৈ মুঠ ৫ বছৰকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৬ আগষ্ট ২০১৮ তাৰিখে সন্ধিয়া ৫-০৫ বজাত দিল্লীৰ এইমছত (অখিল ভাৰতীয় আয়ুৰ্বি়জ্ঞান সংস্থান, নতুন দিল্লী) তেখেতৰ মৃত্যু হয়।
অটল বিহাৰী বাজপায়ী | |
---|---|
![]() | |
১০ম ভাৰতৰ প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ১৯ মাৰ্চ ১৯৯৮ – ২২ মে' ২০০৪ | |
ৰাষ্ট্ৰপতি | |
পূৰ্বসূৰী | ইন্দৰ কুমাৰ গুজৰাল |
উত্তৰসূৰী | মনমোহন সিং |
কাৰ্যকাল ১৬ মে' ১৯৯৬ – ১ জুন ১৯৯৬ | |
ৰাষ্ট্ৰপতি | শঙ্কৰ দয়াল শৰ্মা |
পূৰ্বসূৰী | পি ভি নৰসিংহ ৰাও |
উত্তৰসূৰী | এইচ ডি দেব গৌড়া |
বিদেশ মন্ত্ৰী | |
কাৰ্যকাল ২৬ মাৰ্চ ১৯৭৭ – ২৮ জুলাই ১৯৭৯ | |
প্ৰধানমন্ত্ৰী | মোৰাৰজী দেশাই |
পূৰ্বসূৰী | য়শৱন্তৰাৱ চৱন |
উত্তৰসূৰী | শ্যাম নন্দন প্ৰসাদ মিশ্ৰ |
লোকসভাৰ সদস্য | |
কাৰ্যকাল ১৯৯১ চন – ২০০৯ চন | |
পূৰ্বসূৰী | মান্ধাতা সিং |
উত্তৰসূৰী | লালজী টাণ্ডন |
সমষ্টি | লক্ষ্ণৌ |
কাৰ্যকাল ১৯৭৭ চন – ১৯৮৪ চন | |
পূৰ্বসূৰী | মুকুল বেনাৰ্জী |
উত্তৰসূৰী | কে চি পন্ট |
সমষ্টি | নতুন দিল্লী |
কাৰ্যকাল ১৯৭১ – ১৯৭৭ | |
পূৰ্বসূৰী | ৰাম অৱতাৰ শৰ্মা |
উত্তৰসূৰী | এন কে শ্বেজৱালকাৰ |
সমষ্টি | গোৱালিয়ৰ |
কাৰ্যকাল ১৯৬৭ – ১৯৭১ | |
পূৰ্বসূৰী | সুভদ্ৰা যোশী |
উত্তৰসূৰী | চন্দ্ৰ ভালমণি তিৱাৰী |
সমষ্টি | বলৰামপুৰ |
কাৰ্যকাল ১৯৫৭ – ১৯৬২ | |
উত্তৰসূৰী | সুভদ্ৰা যোশি |
সমষ্টি | বলৰামপুৰ |
ৰাজ্যসভাৰ সদস্য | |
কাৰ্যকাল ১৯৮৬ – ১৯৯১ | |
সমষ্টি | মধ্যপ্ৰদেশ |
কাৰ্যকাল ১৯৬২ – ১৯৬৭ | |
সমষ্টি | উত্তৰ প্ৰদেশ |
ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক – সভাপতি | |
কাৰ্যকাল ১৯৮০ চন – ১৯৮৬ | |
পূৰ্বসূৰী | কাৰ্য্যালয় প্ৰতিষ্ঠা |
উত্তৰসূৰী | এল কে আদৱানী |
১১ম অখিল ভাৰত জনসংঘৰ সভাপতি | |
কাৰ্যকাল ১৯৬৮ – ১৯৭২ | |
পূৰ্বসূৰী | দীনদয়াল উপাধ্যায় |
উত্তৰসূৰী | এল কে আদৱানি |
ব্যক্তিগত তথ্য | |
জন্ম | ২৫ ডিচেম্বৰ, ১৯২৪ গোৱালিয়ৰ, গোৱালিয়ৰ ৰাজ্য, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ মধ্য প্ৰদেশ, ভাৰত) |
মৃত্যু | ১৬ আগষ্ট, ২০১৮ (৯৩ বছৰ) নতুন দিল্লী, ভাৰত |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি (১৯৮০–২০১৮) |
আন ৰাজনৈতিক সম্পৰ্ক |
জনতা পাৰ্টি (১৯৭৭–১৯৮০) ভাৰতীয় জন সংঘ (১৯৭৭ৰ পূৰ্বে) |
শিক্ষানুষ্ঠান | ডি এ ভি কলেজ, কানপুৰ |
জীৱিকা | ৰাজনীতিবিদ, লেখক, কবি |
পুৰস্কাৰ | ভাৰত ৰত্ন ২০১৫ পদ্মবিভূষণ ১৯৯২ |
স্বাক্ষৰ | ![]() |
সন্মান আৰু পুৰস্কাৰ
কৰ্মাৱলী
সামাজিক আৰু ৰাজনৈতিক
- National integration. (1961).
- Dynamics of an open society. (1977).
- New Dimensions of India's Foreign Policy. (1979).
- Heal the wounds: Vajpayee's appeal on Assam tragedy to the parliament. (1983).
- When will atrocities on Harijans stop?: A.B. Vajpayee's speech in Rajya Sabha. (1988).
- Kucha lekha, kucha bhashana. (1996).
- Sekyularavada: Bharatiya parikalpana (Da. Rajendra Prasada Smaraka vyakhyanamala). (1996).
- Bindu-bindu vicara. (1997).
- Rajaniti ki rapatili rahem. (1997).
- Na dainyam na palayanam (Hindi Edition). (1998).
- Back to square one. (1998).
- Decisive days. (1999).
- Sakti se santi. (1999).
- Vicara-bindu (Hindi Edition). (2000). ISBN 978-81-7016-475-3.
- Nayi chunauti, naya avasara (Hindi Edition). (2002). ISBN 978-81-7016-501-8.
- India's Perspectives on ASEAN and the Asia-Pacific Region. (2003). ISBN 978-981-230-172-7.
জীৱনীমূলক
- Atal Bihari Vaj mem tina dasaka. (1992).
- Pradhanamantri Atala Bihari Vajapeyi, chune hue bhashana. (2000).
- Values, vision & verses of Vajpayee: India's man of destiny. (2001).
- India's foreign policy: New dimensions. (1977).
- Assam problem: Repression no solution. (1981).
কবিতা
- Twenty-One Poems. (2003). ISBN 978-0-670-04917-2.
- Kya khoya kya paya: Atal Bihari Vajapeyi, vyaktitva aura kavitaem (Hindi Edition). (1999). ISBN 978-81-7028-335-5.
- Meri ikyavana kavitaem. (1995).
- Meri ikyavana kavitaem (Hindi Edition). (1995).
- Sreshtha kabita. (1997).
- Nayi Disha – an album with Jagjit Singh (1999)
- Samvedna – an album with Jagjit Singh (2002)
বক্তৃতা
- Prime Minister Atal Bihari Vajpayee, selected speeches. (2000). ISBN 978-81-230-0834-9.
- President's addresses, 1980–1986. (2000).
- Presidential address. (1986).
- Presidential address: Bharatiya Pratinidhi Sabha session, Bhagalpur (Bihar), 5 6 & 7 May 1972. (1972).
- Atal Bihari Vajpayee and Pokhran
মৃত্যু
বাজপায়ীৰ ২০০১ চনত মুম্বাইৰ ব্ৰিচকেণ্ডী হাস্পাতালত আঠুৰ অস্ত্ৰোপচাৰ হৈছিল। ২০০৯ চনত হোৱা ষ্ট্ৰোকৰ ফলত তেখেতৰ মাত বহি গৈছিল।[3] বাজপায়ীয়ে বিভিন্ন স্বাস্থ্যজনিত সমস্যা, স্মৃতিভ্ৰংশ, বৃক্কৰ ৰোগ, মধুমেহ আদিত দীৰ্ঘদিন ধৰি ভূগি আছিল। শেহতীয়া বছৰকেইটাত তেখেতে কোনো ৰাজহুৱা অনুষ্ঠানত অংশ লোৱা নাছিল আৰু চিকিৎসা সংক্ৰান্তীয় কামতহে ঘৰৰ বাহিৰ ওলাইছিল। স্মৃতিভ্ৰংশ ৰোগৰ ফলত তেখেতে অতি ঘনিষ্ঠ মানুহখিনিৰো চিন পাহৰি গৈছিল।[3][4] ২০১৮ৰ ১১ জুনৰ দিনা অতি সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি হৈছিল।[5][6][7]
১৬ আগষ্ট ২০১৮ তাৰিখে সন্ধিয়া ৫-০৫ বজাত তেখেতৰ নতুন দিল্লীৰ এইমচ হাস্পাতালত বয়সজনিত ৰোগত মৃত্যু হয়।[8]
তথ্য সংগ্ৰহ
অধিক পঢ়ক
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.