পশ্চিমঘাট পৰ্বতমালা

From Wikipedia, the free encyclopedia

পশ্চিমঘাট পৰ্বতমালাmap

পশ্চিমঘাট পৰ্বতমালা বা সহ্যাদ্ৰী (ইংৰাজী: Western Ghats) এক পৰ্বতশ্ৰেণী যাৰ পৰিসৰ ১,৬০,০০০ বৰ্গ কিলোমিটাৰ আৰু পৰিধি ১,৬০০ কিলোমিটাৰ। ই ভাৰতবৰ্ষৰ পশ্চিমসীমাৰ উপকূলীয় অঞ্চলৰ সমান্তৰালকৈ গুজৰাট ৰাজ্যৰ পৰা আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ সহ্যাদ্ৰী পৰ্বতমালা, গোৱা, কৰ্ণাটকৰ মালাবাৰ উপকূল, কেৰালা আৰু তামিলনাডু ৰাজ্যপৰ্যন্ত বিস্তৃত।[1] এই অঞ্চল ইউনেস্কোপ্ৰাকৃতিক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু বিশ্বৰ জৈৱিক বৈচিত্ৰ্যৰ আঠটা হটস্পটৰ ভিতৰত এটা।[2][3] ভাৰতৰ উদ্ভিদ আৰু জীৱজন্তুৰ এক বৃহৎ অংশ ইয়াত পোৱা যায়, যাৰ মাজৰ বহুতো ভাৰতৰ আন অঞ্চলত আৰু পৃথিৱীৰ আন কোনো ঠাইত পোৱা নাযায়।[4] পশ্চিমঘাট পৰ্বতমালা গুজৰাট ৰাজ্যৰ তাপ্তী নদীৰ দক্ষিণৰ সোনগন্ধ নগৰৰ পৰা আৰম্ভ হৈ মহাৰাষ্ট্ৰ, কৰ্ণাটক, গোৱা, কেৰেলা আৰু তামিলনাডু ৰাজ্য পৰ্যন্ত প্ৰায় ১৬০০ কি:মি: জুৰি বিস্তৃত হৈ ভাৰতৰ দক্ষিণপ্ৰান্ত্ৰৰ তামিলনাডুমুৰুণ্ঠবাজ মালাইত শেষ হৈছে।

ক্ষিপ্ৰ তথ্য পশ্চিমঘাট পৰ্বতমালা, উচ্চতা ...
পশ্চিমঘাট পৰ্বতমালা
সহ্যাদ্ৰী
Thumb
কেৰালাৰ অনামুদী হৈছে পশ্চিমঘাট পৰ্বতমালাৰ উচ্চতম শৃংগ।
উচ্চতা 2,695 m (8,842 ft)
অৱস্থান
স্থানাংক 10°10′N 77°04′E
ভূতত্ত্ব
শিলাবৰ্ষ Cenozoic
বন্ধ কৰক


তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.