চেমুৱেল বেকেট (ইংৰাজী: Samuel Beckett) হৈছে এগৰাকী আইৰিছ ঔপন্যাসিক, নাট্যকাৰ, চুটি গল্প লেখক,কবি আৰু সাহিত্য অনুবাদক।

ক্ষিপ্ৰ তথ্য চেমুৱেল বেকেট, জন্ম ...
চেমুৱেল বেকেট
Thumb
১৯৭৭ চনত চেমুৱেল বেকেট
জন্ম চেমুৱেল বাৰ্কলে বেকেট
১৩ এপ্ৰিল, ১৯০৬
ফক্সৰক, ডাব্লিন, আয়াৰলেণ্ড
মৃত্যু ২২ ডিচেম্বৰ, ১৯৮৯ (৮৩ বছৰ)
পেৰিছ, ফ্ৰান্স
ছদ্মনাম এণ্ড্ৰিউ বেলিছ[1]
পেচা ঔপন্যাসিক, নাট্যকাৰ, কবি, থিয়েটাৰ পৰিচালক, প্ৰবন্ধকাৰ, সাহিত্যিক অনুবাদক
ভাষা ইংৰাজী, ফৰাচী
ৰাষ্ট্ৰীয়তা আইৰিছ
নাগৰিকত্ব যুক্তৰাজ্য[2]
বন্ধ কৰক

জন্ম আৰু বংশ পৰিচয়

১৯০৬ চনৰ ১৩ এপ্ৰিল চেমুৱেল বেকেটৰ জন্ম হয়। দেউতাকৰ নাম উইলিয়াম ফ্ৰেংক বেকেট।[3]

শিক্ষা

ফক্সৰকত হাইস্কুলীয়া জীৱন আৰম্ভ কৰে ৰজা জেমচে স্থাপন কৰা পৰ্টাৰয়েল স্কুলত। ১৯২৩ চনত ডাবলিনৰ ত্ৰিনিটি কলেজত ভৰ্তি হয় আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লয়।

চাকৰি জীৱন

বেকেটে চাৰিবছৰ ত্ৰিনিটি কলেজত অধ্যাপনা কৰিছিল।[3]

সাহিত্যৰাজি

১৯৩৫ চনত Echo's Bones and other Precipitates নামৰ কবিতা পুথি এখন প্ৰকাশিত হয়।[3] ১৯৩৮ চনত লণ্ডনত থকা কালত বেকেটে মাৰফি (Marphy) নামৰ এখন উপন্যাস ৰচনা কৰে। দ্বিতীয় মহাযুদ্ধৰ পিছতে বেকেটে ফৰাচী ভাষাত Eleutheria নামৰ নাটক লিখি উলিয়ায়।

বঁটা আৰু সন্মান

১৯৬৯ চনত চেমুৱেল বেকেটে সাহিত্যৰ ন'বেল বঁটা পায়।[3]

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.