চীন মান সময় অথবা বেইজিং সময় হৈছে গণপ্ৰজাতন্ত্ৰী চীনৰ (পিআৰসি) বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰিনিছৰ সৈতে ইয়াৰ সময় পাৰ্থক্য ইউটিসি+৮।[1]
পূৰ্ব এছিয়াৰ মালয়েছেয়া আৰু ফিলিপাইন সহ অন্যান্য অঞ্চলত একেই অফসেট সময় বিভিন্ন নামত ব্যৱহৃত হয় যেনে শাংগিওয়ান মান সময়, হংকং মান সময়, মাকাউ মান সময়, ছিঙ্গাপুৰ মান সময়, ফিলিপাইন মান সময় ইত্যাদি। উদাহৰণ স্বৰূপে, ইউটিসিত মধ্যৰাতি চীন মান সময়ৰ বাবে পূৱা ৮ বজা।
গণপ্ৰজাতন্ত্ৰী চীনত ১৯৮৬ পৰা ১৯৯১ পৰ্যন্ত দিবালোক সংৰক্ষণ সময় মানি চলিছিল, কিন্তু আৰু নকৰিলে।[2]
তথ্যসূত্ৰ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.