মান ভাষা
ম্যানমাৰত প্ৰচলিত মূল ভাষা / From Wikipedia, the free encyclopedia
মান ভাষা মূলতঃ দক্ষিণ পূব এছিয়াৰ দেশ ম্যানমাৰত প্ৰচলিত এক চীনা-তিব্বতীয় মূলৰ ভাষা। এই ভাষাটোক বৰ্মী, বাৰ্মী, বাৰ্মীচ বা ম্যানমাৰ ভাষা নামেৰেও জনা যায়।[4] মান ভাষা ম্যানমাৰৰ চৰকাৰী ভাষা। ২০০৭ চনৰ তথ্য অনুসৰি মান ভাষা ৩.৩ কোটি লোকৰ মাতৃভাষা আৰু ১ কোটি লোকৰ দ্বিতীয় ভাষা।[1] মান ভাষা মান লিপিত লিখা হয়। মান লিপি এক ব্ৰাহ্মী লিপি।
ক্ষিপ্ৰ তথ্য মান ভাষা, থলুৱা অঞ্চল ...
মান ভাষা | |
---|---|
မြန်မာစာ (লিখিত) မြန်မာစကား (কথিত) | |
থলুৱা অঞ্চল | ম্যানমাৰ |
জাতীয়তা | মান লোক |
স্থানীয় ভাষিক |
৩.৩ কোটি (2007)[1] দ্বিতীয় ভাষা: ১ কোটি[2] |
ভাষা পৰিয়াল |
|
পূৰ্বসূৰী |
পুৰণা মান
|
লিখন প্ৰণালী | মান লিপি মান ব্ৰেইল্ |
আধিকাৰিক স্থিতি | |
আধিকাৰিক ভাষা |
ম্যানমাৰ |
নিয়মাধীন হয় |
ম্যানমাৰ ভাষা কমিচন |
ভাষা সংকেত | |
ISO 639-1 | my |
ISO 639-2 | bur (B) mya (T) |
ISO 639-3 | mya |
গ্লোটোলগ | sout3159 [3] |
লিংগোৱাস্ফেয়াৰ | 77-AAA-a |
বন্ধ কৰক