ৱিণ্ড'জ
অপাৰেটিং ছিষ্টেম / From Wikipedia, the free encyclopedia
মাইক্ৰ'চফ্ট ৱিণ্ড'জ বা ৱিণ্ড'জ মাইক্ৰচফ্ট প্ৰতিষ্ঠানে নিৰ্মাণ আৰু বিক্ৰী কৰা কেইবাটাও লৈখিক অপাৰেটিং চিষ্টেমৰ গোটৰ নাম।
ক্ষিপ্ৰ তথ্য কোম্পানী / বিকাশক, প্ৰোগ্ৰাম কৰা ভাষা ...
কোম্পানী / বিকাশক | মাইক্ৰ'চফ্ট |
---|---|
প্ৰোগ্ৰাম কৰা ভাষা | C, C++, Assembly[1] |
কাৰ্যৱস্থা | Publicly released |
উৎস মডেল | Closed / Shared source |
প্ৰাৰম্ভিক মুক্তি | নৱেম্বৰ ২০, ১৯৮৫ (1985-11-20) (৩৮ বছৰ পূৰ্বে), ৱিণ্ড'জ ১.০ ৰূপে |
বিপণন লক্ষ্য | Personal computing |
উপলভ্য প্ৰাকৃতিক ভাষা | ১৩৭টা ভাষা[2] |
আপডেট পদ্ধতি |
|
পেকেজ ব্যৱস্থাপক | Windows Installer (.msi), Windows Store (.appx)[3] |
সমৰ্থিত প্লেটফৰ্ম | ARM, IA-32, Itanium, x86-64, DEC Alpha, MIPS, PowerPC |
কাৰ্ণেলৰ প্ৰকাৰ |
|
অবিকল্পিত ব্যৱহাৰকৰ্তাৰ ইণ্টাৰফেচ | Windows shell |
অনুজ্ঞা-পত্ৰ | Proprietary commercial software |
আধিকাৰিক ৱেবছাইট | windows |
বন্ধ কৰক
১৯৮৫ চনত মাইক্ৰচফ্টে লৈখিক অপাৰেটিং চিষ্টেমসমূহৰ বৰ্দ্ধিত জনপ্ৰিয়তাৰ প্ৰতি লক্ষ ৰাখি 'ৱিণ্ড'জ' নামৰ এটি লৈখিক অপাৰেটিং চিষ্টেম, এম-এচ ড'চৰ পাছত মুক্তি প্ৰদান কৰিলে।[4] ৱিণ্ড'জ কম্পিউটাৰ জগতৰ সৰ্বাধিক জনপ্ৰিয় অপাৰেটিং চিষ্টেম হৈ পৰিল। পিচে স্মাৰ্ট ফোনৰ জনপ্ৰিয়তাই এণ্ড্ৰইডক ৱিণ্ড'জতকৈ অধিক জনপ্ৰিয় কৰি তুলিলে আৰু ৱিণ্ড'জৰ বিক্ৰী এণ্ড্ৰইডৰ তুলনাত প্ৰায় এক চতুৰ্থাংশ হৈ পৰিল। পিচে ফোন জগতক বাদ দিলে বৰ্তমানেও ব্যক্তিগত পৰিকলন যন্ত্ৰ (পাৰ্চনেল কম্পিউটাৰ)ৰ সৰ্বাধিক জনপ্ৰিয় অপাৰেটিং চিষ্টেম।
বৰ্তমানে ৱিণ্ড'জ ১০, ৱিণ্ড'জ ১০ ম'বাইল আদি ৱিণ্ড'জৰ জনপ্ৰিয় সংস্কৰণ।