ৱিকিমিডিয়া আন্দোলন
From Wikipedia, the free encyclopedia
ৱিকিমিডিয়া আন্দোলন ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ বৰঙণি আগবঢ়োৱাসকলৰ বৈশ্বিক সম্প্ৰদায়। এই আন্দোলন আৰম্ভ হ'ল ৱিকিপিডিয়াৰ জৰিয়তে। এতিয়া, প্ৰায় ৭০০০০ স্বেচ্ছাসেৱী থকা ৱিকিপিডিয়া সম্প্ৰদায়ৰ উপৰি আন ৱিকিমিডিয়া প্ৰকল্পলৈ বৰঙণি আগবঢ়োৱাসকলৰ গোটো আছে।[1] ৱিকিডেটা, ৱিকিমিডিয়া কমন্স, মিডিয়াৱিকিৰ দৰে প্ৰকল্পৰ ছফ্টৱেৰ বিকাশকসকলো ৱিকিমিডিয়া আন্দোলনৰ অংগ। অবদানকাৰীসকলক মুখ্য ৱিকিমিডিয়া ফাউণ্ডেচনৰ লগতে বিশ্বৰ আন আন চেপ্টাৰ, বিষয়কেন্দ্ৰিক সংস্থা আৰু ব্যৱহাৰকাৰী গোটসমূহে সহযোগ কৰে।
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |