ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প অসম
From Wikipedia, the free encyclopedia
এইখন এখন ৱিকিপ্ৰকল্প পৃষ্ঠা। ৱিকিপ্ৰকল্প বা ৱিকিপ্ৰজেক্ট হৈছে ৱিকিপিডিয়াৰ উন্নয়নৰ বাবে সমমনোভাবাপন্ন সম্পাদকসকলে মিলি খোলা একোটা সামাজিক গোট; একোটা প্ৰকল্পই কোনো নিৰ্দিষ্ট বিষয় - যেনে চিকিৎসাবিজ্ঞান বা কোনো নিৰ্দিষ্ট কাৰ্য্য, যেনে "পোখালি" বিলাক পৰীক্ষা কৰা -অৰ ওপৰত মনোনিৱেশ কৰে।
ৱিকিপ্ৰকল্প পৃষ্ঠাসমূহ প্ৰবন্ধ লিখাৰ স্থান নহয়, কিন্তু প্ৰবন্ধ লিখাৰ প্ৰবন্ধনত সহায় কৰা পৃষ্ঠা। এই পৃষ্ঠাসমুহে বিভিন্ন প্ৰকাৰে সম্পাদকসকলক সম্পৰ্কিত প্ৰবন্ধসমূহ লিখাত বা কাৰ্য্যসমূহ কৰাত সহায় কৰে। বৰ্তমান থকা ৱিকিপ্ৰকল্পসমূহৰ তালিকা চাবলৈ ৱিকিপ্ৰকল্প পৃষ্ঠালৈ যাওক। |