ৱিকিপিডিয়া হাজাৰ হাজাৰ সম্পাদকৰ বৰঙণিৰ ফচল । প্ৰত্যেকজনেই গৱেষণা, কাৰিকৰী জ্ঞান, লিখনশৈলী, তথ্য যোগাৰ আদি বেলেগ বেলেগ দিশত পাৰ্গত, কিন্তু সকলো সহায় কৰিবলৈ ইচ্ছুক | আনকি শ্ৰেষ্ঠ প্ৰৱন্ধকো সম্পূৰ্ণ বুলি গণ্য কৰিব নালাগে; প্ৰত্যেক ন-সম্পাদকেও আমাৰ বিষয়বস্তু ভাল কৰিবলৈ পৰামৰ্শ আগবঢ়াব পাৰে |
![](//upload.wikimedia.org/wikipedia/commons/thumb/0/03/Green_check.svg/30px-Green_check.svg.png) |
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
|
![](//upload.wikimedia.org/wikipedia/commons/c/ce/Nutshell.png) |
সংক্ষেপে এই পৃষ্ঠাখন: আপুনি যেতিয়াই পাৰে পৃষ্ঠা এখন উন্নত কৰক, আৰু নিখুঁত নোহোৱাৰ বাবে চিন্তা নকৰিব । |