ৱিকিপিডিয়া:আদৰণি
From Wikipedia, the free encyclopedia
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/2a/Contactus-wmcolors.svg/60px-Contactus-wmcolors.svg.png)
চমুপথবোৰ: WP:WEL WP:WELCOME |
---|
ৱিকিপিডিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যন সমৰ্থিত এখন মুক্ত, ৱেব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ। বিশ্বৰ বিভিন্ন ঠাইৰ স্বেচ্ছাসেৱকে নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াই এই বিশ্বকোষ গঢ়ি তুলিছে।