ৱিকিপিডিয়া:Interface administrators

From Wikipedia, the free encyclopedia

Remove ads

ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰ (ইংৰাজী: Interface administrators) বা ইণ্টাৰফেচ-এডমিনছ (interface-admins) সকল হৈছে সেইসকল সদস্য যিসকলে কেস্কাডিং ষ্টাইল ছীটছ্ (CSS), জাভাস্ক্ৰীপ্ত (JS), আৰু জাভাস্ক্ৰীপ্ত অৱজেক্ট নটেচন (JSON) পৃষ্ঠাসমূহ[1] আৰু মিডিয়াৱিকি নামস্থানৰ পৃষ্ঠাসমূহ সম্পাদনা কৰিব পাৰে। তেওঁলোকেই হৈছে CSS/JS পৃষ্ঠা সম্পাদনা কৰাৰ সক্ষমতা থকা একমাত্ৰ স্থানীয় সদস্য গোট।[2][3]

Thumb

ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰৰ সম্পাদনাৰ অধিকাৰ দুস্কৃতি পৰায়ণ সদস্যৰ হাতত পৰিলে ই অতি বিপদজনক হ’ব পাৰে; গতিকে ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰৰ অধিকাৰ লাভ কৰা সদস্যসকল সুৰক্ষাৰ ক্ষেত্ৰত সচেতন হোৱা অতি প্ৰয়োজন (যেনে, শক্তিশালী আৰু অনন্য গুপ্তশব্দ চয়ন কৰা আৰু মালৱেৰ সংক্ৰমণ এৰাই চলা)। WMF কাৰ্যালয়ে সকলো ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰে দুই তৰপীয়া প্ৰমাণীকৰণ ব্যৱহাৰ কৰাতো বিচাৰে।[4]

বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ জন ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰ আছে। যদি আপুনি এই কামত সহায় কৰিব বিচাৰে, আপুনি ৱিকিপিডিয়াৰ ৰাইজৰ চ'ৰাত এটা অনুৰোধ প্ৰস্তাৱ কৰিব পাৰে। মন কৰিব যে ৱিকিপিডিয়াত গোলকীয় অধিকাৰ নীতিত কাম কৰা একে নামৰ এক গোলকীয় সদস্য গোটো আছে।

Remove ads

অনুৰোধ প্ৰক্ৰিয়া

Per community discussions, interface admin rights may only be granted to existing administrators.[5][6]

  • Venue: Wikipedia:Bureaucrats' noticeboard
  • Process: Admin makes a request, with a rationale, at the bureaucrats’ noticeboard, to request interface administrator access. The request will remain open for 48 hours for first-time requests. Re-admin requests, not under a cloud, will not have a waiting period. No notice at other noticeboards is required. Bureaucrats may inquire about why admins are requesting access at their discretion. Editors may discuss the applicant, but the final decision rests with the reviewing bureaucrat.
  • Duration of right: Permanent by default, can be temporary if requested.[7]
Remove ads

অনুমতিৰ প্ৰত্যাহাৰ

তলত দিয়া পৰিস্থিতিত কূটনীতিজ্ঞসকলে ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰৰ অনুমতিৰ প্ৰত্যাহাৰ কৰিব পাৰে:[7]

  1. শেহতীয়া দুমাহত কোনো সম্পাদনা নকৰা বা প্ৰৱেশ কৰি কৰা কোনো কাম নকৰা বা শেহতীয়া ছমাহত অনুমতিৰ ব্যৱহাৰ কৰি কোনো সম্পাদনা নকৰাৰ বাবে।
  2. ইণ্টাৰফেচ এডমিনিষ্ট্ৰেটৰজনে ৰাইজৰ চ'ৰাত কৰা নিজা অনুৰোধত।
  3. ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি ঐকমতত উপনীত হ’লে (যেনে ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ)ত)।
  4. যিকোনো কাৰণত প্ৰশাসকৰ অধিকাৰ নাইকীয়া হ’লে।
  5. Arbitration Committeeৰ অনুৰোধ মৰ্মে।
Remove ads

বটছ

Any bot operator requesting access for their bot(s) must possess the user right permanently themselves.[7]

All bot operators are required to enable 2FA for their bot accounts, create a strong account password, and are strongly urged to use OAuth for maximum security. Bureaucrats, and BAG, may ask bot operators to enforce these security measures at their discretion.

টোকা

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads