ৱিকিপিডিয়া:সকলো বিধি উপেক্ষা কৰক
From Wikipedia, the free encyclopedia
যদি ৱিকিপিডিয়াৰ কোনো নিয়মে ৱিকিপিডিয়াৰ মান উন্নীত কৰা নাইবা পৰিচৰ্যা কৰাত বাধা প্ৰদান কৰিছে, তেন্তে ইয়াত উপেক্ষা কৰক.
এই পৃষ্ঠাত অসমীয়া ৱিকিপিডিয়াৰ কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। সকলো সম্পাদকে এইবোৰ সাধাৰণতে মানি চলা উচিত। ইয়াত কৰা সালসলনিত ঐকমত্য প্ৰতিফলন হোৱা উচিত। |
|