ৱিকিপিডিয়া:ভাল প্ৰবন্ধ/প্ৰস্তাৱ
From Wikipedia, the free encyclopedia
ৱিকিপিডিয়াত সন্নিবিষ্ট যিকোনো বিষয়ৰ উন্নত মানদণ্ডৰ প্ৰবন্ধক ভাল প্ৰবন্ধ হিচাপে বাচনি কৰিবৰ বাবে উক্ত প্ৰবন্ধৰ নাম এই পৃষ্ঠাত যোগ কৰক। নতুন প্ৰস্তাৱসমূহ সকলোৰে ওপৰত যোগ কৰক। আপোনাৰ প্ৰবন্ধটোৰ নাম এই তালিকাত যোগ দিয়াৰ পাছত আন সদস্যসকলৰ মতামতলৈ অনুগ্ৰহ কৰি অপেক্ষা কৰক।