ৰোমিত ৰাজ
From Wikipedia, the free encyclopedia
From Wikipedia, the free encyclopedia
ৰোমিত ৰাজ প্ৰাসাৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা যিয়ে জি টিভি ছিৰিয়ালৰ ঘৰ কী লক্ষ্মী বেটিয়াত যুৱৰাজ গাৰোদিয়াৰ চৰিত্ৰত আৰু মায়াক জীৎ খুৰানাৰ চৰিত্ৰত অভিনয় কৰিছিল।[1][2][3][4]
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
ৰোমিত ৰাজ প্ৰাসাৰ | |
---|---|
ৰোমিত ৰাজ প্ৰাসাৰ | |
জন্ম | ভাৰত |
সক্ৰিয় হৈ থকা সময় | ১৯৯০ – বৰ্তমান |
বছৰ | ছিৰিয়াল | ভূমিকা | উপ-তাৰকা | চেনেল |
---|---|---|---|---|
২০০৩ | সাকা লাকা বুম বুম | কৰণ | জেনিফাৰ ৱিনগেট, কিনসুক বৈদ্য | ষ্টাৰ প্লাচ |
২০০৪ | হাতিম | প্ৰিঞ্চ বিশাল | আদিতি প্ৰতাপ | ষ্টাৰ প্লাচ |
২০০৬–২০০৯ | ঘৰ কী লক্ষ্মী বেটিয়া | যুৱৰাজ সূৰ্য্যকান্ত গাৰোদিয়া | জচবীৰ কৌৰ আৰু নিয়াতি জোশী | জী টিভি |
২০০৭–২০০৯ | মায়কা | জীৎ খুৰানা | কাঞ্চি কুল, শিল্পা শিডেন আৰু দামিনি আনন্দ | জী টিভি |
২০০৬ | সুনো হৰ দিল কুচ কেহতা হ্যাঁ | ৰাহুল | নিয়তি জোশি | চাহাৰা ওৱান |
২০০৬ | ছিঃ...ফিৰ কই হ্যাঁ - ভুত বাঙলা | ইমৰান | ষ্টাৰ ওৱান | |
২০০৬-২০০৭ | বেটিয়া আপনি য়া পৰয়া ধন | |||
২০০৯ | মত পিথ কে চাৰু মেঁ স্বৰ্গ | ৰোমিত | শিল্পা সিন্দে | কালাৰ টিভি |
২০১০ | থোড়া হ্যাঁ বাচ থোড়ে কী জৰুৰাত হ্যাঁ | নিশিকান্ত কুলকৰণী | প্ৰিৱামৱাদ কান্ত / সোণালী নিকাম | কালাৰ টিভি |
২০১১–২০১৫ | আদালত | বৰুন জাবেৰি; কে.ডি. পাঠকৰ সহায়ক | ৰোনিত ৰয় | সোনি টিভি |
২০১২,২০১৪ | চি.আই.ডি | বৰুন | সোনি টিভি | |
২০১৫-২০১৬ | চলতি কা নাম গাড়ী...লেটচ্ গো | কৰণ আহুজা, পিয়াৰ স্বামী | সৃষ্টি ৰোড | সাব টিভি |
২০১৮ | ফেয়াৰ ফাইলচ্ | মানচি শ্ৰীবাস্তৱ | জী টিভি | |
২০১৮ | কৌন হ্যাঁ? | কিৰ্তী মিষ্ট্ৰি | কালাৰচ্ টিভি | |
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.