ৰিয়াজ খান

ভাৰতীয় অভিনেতা From Wikipedia, the free encyclopedia

ৰিয়াজ খান

ৰিয়াজ আহমেদ খান (তামিল: ரியாஸ் கான், মালয়ালম: റിയാസ് ഖാന്‍) ভাৰতৰ এজন চলচ্চিত্ৰ অভিনেতা। তেওঁ কেইবাখনো তামিল, মালায়ালম, তেলুগু, আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ বালাচন্দ্ৰ মেননে পৰিচালনা কৰা 'চুগম চুগকৰম' বোলছবিত অভিনয়েৰে আত্মপ্ৰকাশ কৰিছিল। পাছলৈ তেওঁ তামিল আৰু তেলুগু বোলছবিত অভিনয় কৰিবলৈ লয়। বহু বছৰ পাছত তেওঁ মোহনলালৰ লগত Balettan ছবিত অভিনয়েৰে মালায়ালম বোলছবি জগতলৈ ঘূৰি আহে। Balettan (২০০৩), ৰান্‌ৱে' (২০০৪), ষ্টালিন (তেলুগু), তিৰুপতি, গজিনি, ৱিনাৰ, বাবা, ৰামনা আদি তেওঁৰ উল্লেখযোগ্য বোলছবি।

ক্ষিপ্ৰ তথ্য ৰিয়াজ খান, জন্ম ...
ৰিয়াজ খান
জন্ম ৰিয়াজ আহমেদ খান
৯ ছেপ্টেম্বৰ, ১৯৭২ (৫১ বছৰ)
ক'চি, কেৰালা, ভাৰত
বাসগৃহ চেন্নাই, তামিল নাডু, ভাৰত
পেচা চলচ্চিত্ৰ অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০০০-বৰ্তমানলৈ
দাম্পত্যসঙ্গী উমা ৰিয়াজ খান
পিতৃ-মাতৃ ৰছিদ, ৰছিদা বানু
সন্তান চৰিক, চমচদ
বন্ধ কৰক

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.