ৰিচাৰ্ড এবাৰহাৰ্ট
From Wikipedia, the free encyclopedia
ৰিচাৰ্ড ঘোৰ্মলি এবাৰহাৰ্ট (ইংৰাজী: Richard Eberhart; ৫ এপ্ৰিল ১৯০৪ – ৯ জুন ২০০৫) এজন আমেৰিকান কবি আছিল, যিজনে কবিতাৰ এক দৰ্জনতকৈ অধিক কিতাপ আৰু মুঠ ২০ খনতকৈও অধিক ৰচনা প্ৰকাশ কৰিছিল। ৰিচাৰ্ড এবাৰহাৰ্ট ১৯৩০ চনত ৰোমাণ্টিক অনুভূতিৰে এজন আধুনিক কবি ৰূপে খ্যাতি লাভ কৰে।[1] তেওঁ নিজে লিখা কবিতা সমূহৰ বাবে পুলিৎজাৰ বঁটা[2] আৰু সংগ্ৰিহিত কবিতাসমূহৰ বাবে ১৯৭৭ চনত ৰাষ্ট্ৰীয় কিতাপ পুৰস্কাৰ লাভ কৰিছিল।
ক্ষিপ্ৰ তথ্য ৰিচাৰ্ড এবাৰহাৰ্ট, জন্ম ...
ৰিচাৰ্ড এবাৰহাৰ্ট | |
---|---|
![]() | |
জন্ম | ৰিচাৰ্ড ঘোৰ্মলি এবাৰহাৰ্ট ৫ এপ্ৰিল, ১৯০৪ অষ্টিন, মিনিছ'টা, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ৯ জুন, ২০০৫ (১০১ বছৰ) হানোভাৰ, নিউ হেম্পশায়াৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
পেচা | কভি |
ৰাষ্ট্ৰীয়তা | আমেৰিকা যুক্তৰাষ্ট্ৰ |
মাতৃশিক্ষায়তন | মিনিছ'টা বিশ্ববিদ্যালয় ডাৰ্টমাউথ কলেজ ছেইণ্ট জনছ কলেজ, কেমব্ৰিজ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় |
উল্লেখযোগ্য বঁটা | পুলিৎজাৰ বঁটা (১৯৬৬) ৰাষ্ট্ৰীয় কিতাপ পুৰস্কাৰ (১৯৭৭) |
দাম্পত্যসংগী | হেলেন বুচাৰ (বি. ১৯৪১) |
বন্ধ কৰক