ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস
ভাৰতত বন্ধৰ দিন / From Wikipedia, the free encyclopedia
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (ইংৰাজী: National Science Day, চমুকৈ NSD) প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত পালন কৰা হয়। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল[1]।
ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস, পালন কৰে ...
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস | |
---|---|
চি. ভি. ৰমন | |
পালন কৰে | ভাৰত |
প্ৰকাৰ | বিজ্ঞান সম্পৰ্কীয় |
মহত্ব | বিজ্ঞান প্ৰসাৰ |
তাৰিখ | ২৮ ফেব্ৰুৱাৰী |
বন্ধ কৰক
এই আৱিষ্কাৰৰ বাবে ১৯৩০ চনত ৰমনে পদাৰ্থ বিজ্ঞানত ন’বেল বঁটা লাভ কৰে ।