ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস
From Wikipedia, the free encyclopedia
ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস ভাৰতৰ পঞ্চায়ত মন্ত্ৰালয়ে প্ৰতিবছৰে ২৪ এপ্ৰিল তাৰিখে গোটেই ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সজাগতাৰ সৃষ্টিৰ বাবে উদযাপন কৰা দিৱস।[1][2]
ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস, পালন কৰে ...
ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস | |
---|---|
মুহাম্মা গাঁও পঞ্চায়ত কাৰ্যালয় | |
পালন কৰে | ভাৰত |
প্ৰকাৰ | ৰাষ্ট্ৰীয় |
মহত্ব | পঞ্চায়ত আৰু স্থানীয় স্বায়ত্ত্ব শাসনৰ বিষয়ে সজাগতা |
তাৰিখ | ২৪ এপ্ৰিল |
অৱধি | এদিন |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক
২০১০ চনৰ ২৪ এপ্ৰিল তাৰিখে তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ ঘোষণা কৰিছিল।[3]