![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/5/58/Were_a_gay_and_happy_family_wagon.jpg/640px-Were_a_gay_and_happy_family_wagon.jpg&w=640&q=50)
ৰাষ্ট্ৰীয় কামিঙআউট দিৱস
From Wikipedia, the free encyclopedia
ৰাষ্ট্ৰীয় কামিঙআউট দিৱস (ইংৰাজী: National comingout day) আন্তৰ্জাতিকভাৱে ১১ অক্টোবৰ তাৰিখে লেছবিয়ান, গে', বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ মানৱ অধিকাৰৰ ওপৰত সজাগতাৰ বাবে উদযাপন কৰা হয়। এই দিৱসটোত নিজৰ পৰিয়াল, সমনীয়া আৰু সহকৰ্মীৰ আগত কামিঙ আউট হৈ মুক্ত ভাবে জীয়াই থকাৰ বাবে সজাগতা অনা হয়।[1][2]
ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰীয় কামিংআউট দিৱস, অন্য নাম ...
ৰাষ্ট্ৰীয় কামিংআউট দিৱস | |
---|---|
![]() | |
অন্য নাম | National coming out day (NCD) |
পালন কৰে | এলজিবিটি সমাজ, সমকামিতা |
প্ৰকাৰ | আন্তৰ্জাতিক |
তাৰিখ | ১১ অক্টোবৰ |
সম্পৰ্কিত | কামিঙ আউট |
অৱধি | এক দিন |
সংঘটন | বাৰ্ষিক |
বন্ধ কৰক
এই দিৱসৰ মতে হ'ম'ফবিয়া আৰু অন্য ৰোমাণ্টিক অভিমুখিতা আৰু যৌন অভিমুখিতা বিৰোধী কাৰ্য সমূহ অজ্ঞানতা আৰু অসচেতনতাৰ ফলত হয় আৰু কোনো ব্যক্তিৰ আত্মীয় যদি এলজিবিটি সমাজৰ হয় তেন্তে তেওঁ হ'ম'ফবিক, বাইফবিক আৰু ট্ৰান্সফ'বিক কৰ্মৰ পৰা বিৰত থকা দেখা যাওঁ।