ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য। ১৯৪৫ চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা ৰাষ্ট্ৰসংঘৰ সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। পেৰিছত ইয়াৰ সদৰ দপ্তৰ অৱস্থিত।[1]

ক্ষিপ্ৰ তথ্য ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা, ধৰণ ...
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
ধৰণ বিশেষজ্ঞ সংস্থা
সক্ৰিয়তা সক্ৰিয়
ৱেবছাইট www.unesco.org
বন্ধ কৰক

ৰাষ্ট্ৰসংঘৰ সঞ্চালক সকল

প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে সঞ্চালকৰ পদত থকা ব্যক্তিসকল হৈছে:[2]

অধিক তথ্য দেশ, নাম ...
ৰাষ্ট্ৰসংঘৰ সঞ্চালক
দেশ নাম কাৰ্য্যকাল মন্তব্য
 বুলগেৰিয়া ইৰিণা ব'কোভা (ইংৰাজী: Irina Bokova) ২০০৯ - বৰ্তমান
 জাপান ক'ইচিৰ' মাতছুৰা (ইংৰাজী: Kōichirō Matsuura) ১৯৯৯ - ২০০৯
 স্পেইন ফেডেৰিক' মেয়ৰ জাৰাগ'জা (ইংৰাজী: Federico Mayor Zaragoza) ১৯৮৭ - ১৯৯৯
 ছেনেগাল আমাদৌ-মাহতাৰ এম'বো (ইংৰাজী: Amadou-Mahtar M'Bow) ১৯৭৪ - ১৯৮৭
 ফ্ৰান্স ৰেণে মাহেউ (ইংৰাজী: René Maheu) ১৯৬১ - ১৯৭৪ ১৯৬১ চনত ভাৰপ্ৰাপ্ত মহাপৰিচালক
 ইটালী ভিত্তোৰিনো ভেৰোনেছে (ইংৰাজী: Vittorino Veronese) ১৯৫৮ - ১৯৬১
 আমেৰিকা যুক্তৰাষ্ট্ৰ লুথাৰ ইভান্স (Luther Evans) ১৯৫৩ - ১৯৫৮
 আমেৰিকা যুক্তৰাষ্ট্ৰ জন উইলকিন্সন টেইলৰ (John Wilkinson Taylor) ১৯৫২ - ১৯৫৩ ১৯৫২ - ৫৩ চনত ভাৰপ্ৰাপ্ত মহাপৰিচালক
 মেক্সিকো জেইম ট'ৰেছ ব'দেত (ইংৰাজী: Jaime Torres Bodet) ১৯৪৮ - ১৯৫২
 আমেৰিকা যুক্তৰাষ্ট্ৰ জুলিয়ান হাক্সলে (ইংৰাজী: Julian Huxley) ১৯৪৬ - ১৯৪৮
বন্ধ কৰক

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.