ৰাম গোস্বামী
অসমৰ এগৰাকী কবি আৰু গদ্যকাৰ / From Wikipedia, the free encyclopedia
ৰাম গোস্বামী (ইংৰাজী: Ram Goswami) অসমৰ এগৰাকী কবি তথা গদ্যকাৰ। ভালেকেইখনমান গ্ৰন্থ প্ৰণয়ন কৰা গোস্বামীৰ কবিতাত প্ৰকৃতিৰ সৌন্দৰ্য্য, মানৱ জীৱনৰ বিভিন্ন দিশ, ৰাজনৈতিক ঘটনা প্ৰৱাহৰ লগতে দেশ তথা সমাজৰ অস্থিৰ পৰিস্থিতিৰ বিৰূদ্ধে কৰা প্ৰতিবাদৰ ভাষা ফুটি উঠা দেখা যায়। ১৯৭৩ চনত হেমচন্দ্ৰ বৰুৱাই সেউজীয়া দেশ উপাধি দিয়াৰে পৰা তেখেত ৰাম গোস্বামী (সেউজীয়া দেশ) হিচাপে পৰিচিত হয়।[2]
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |