ৰাফায়েল
From Wikipedia, the free encyclopedia
ৰাফায়েল (ইংৰাজী: Raffaello Sanzio da Urbino)[2] ইটালীৰ এগৰাকী যশস্বী শিল্পী তথা স্থপতিবিদ। তেওঁৰ কৰ্মৰাজি বিশেষকৈ বিষয়বস্তুৰ স্পষ্টতা (clarity of form) তথা সৃষ্টিৰ সৰলতা (ease of composition)ৰ বাবে প্ৰসিদ্ধ। মাইকেলেঞ্জেল' আৰু লিঅ'নাৰ্ড' দা ভিন্সিৰ লগতে এইগৰাকী শিল্পীক সেইসময়ৰ অন্যতম পথ-প্ৰদৰ্শক শিল্পী হিচাপে গণ্য কৰা হয়।[3]