ৰাজ্যসভা
ভাৰতীয় সংসদৰ উচ্চ সদন / From Wikipedia, the free encyclopedia
ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্ত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে।
ৱিকিপিডিয়াৰ গুণগত মান বজাই ৰাখিবলৈ এই প্ৰবন্ধৰ অধিক উন্নয়নৰ থল থকা যেন অনুভৱ হয় (বিশদ নিৰ্দেশনা চাওক)। সম্ভৱ হ'লে অনুগ্ৰহ কৰি এই প্ৰবন্ধৰ মান উন্নয়নত আপুনিও যথাসম্ভব সহায় কৰক। আলোচনা পৃষ্ঠাত অধিক তথ্য থাকিব পাৰে, চাই লয় যেন। |
ক্ষিপ্ৰ তথ্য ৰাজ্যসভা, ধৰন ...
ৰাজ্যসভা | |
---|---|
ধৰন | |
ধৰন | ভাৰতৰ সংসদৰ উচ্চ সদন |
নেতা | |
সভাপতি |
এম ভেঙ্কায়াহ নাইডু, ভাৰতীয় জনতা পাৰ্টী ১১ আগষ্ট, ২০০১৭[1] |
ডেপুটি চেয়াৰমেন | পি জে কুৰিয়েন, কংগ্ৰেছ ২১ আগষ্ট, ২০১২[2] |
সভাৰ নেতা | অৰুণ জেটলী, বি জে পি |
বিৰোধী নেতা | গোলাম নবী আজাদ, কংগ্ৰেছ ৮ জুন ২০১৪[3] |
গঠন | |
সদস্য | ২৫০ জন (২৩৮ নিৰ্বাচিত + ১২ জন মনোনীত) |
ৰাজনৈতিক দলসমূহ | সংযুক্ত প্ৰগতিশীল মৰ্চা জাতীয় গণতান্ত্ৰিক মৰ্চা বামফ্ৰণ্ট |
সভাৰ স্থান | |
ৰাজ্যসভা কক্ষ, সংসদ ভৱন, সংসদ মাৰ্গ, নতুন দিল্লী | |
ৱেবছাইট | |
rajyasabha.nic.in |
বন্ধ কৰক