ৰাজিয়া চুলতানা
From Wikipedia, the free encyclopedia
ৰাজিয়া চুলতানা ১০ অক্টোবৰ ১২৩৬-ৰ পৰা ১৪ অক্টোবৰ ১২৪০-লৈ দিল্লীৰ চুলতান আছিল। তেওঁ দিল্লীৰ মামলুক ৰাজবংশৰ পৰিয়ালৰ আছিল আৰু দিল্লীৰ সিংহাসনত বহা একমাত্ৰ মহিলা শাসিকা আছিল।
ক্ষিপ্ৰ তথ্য ৰাজিয়া চুলতানা, ৰাজত্ব ...
ৰাজিয়া চুলতানা | |
---|---|
দিল্লীৰ চুলতান | |
Billon Jital of Razia | |
ৰাজত্ব | 10 October 1236 − 14 October 1240 |
অভিষেক | 10 October 1236 |
পূৰ্বসূৰী | Rukn ud din Firuz |
উত্তৰসূৰী | Muiz ud din Bahram |
দাম্পত্য সঙ্গী | Malik Altunia |
সম্পূৰ্ণ নাম | |
Raziya Begum bint Shams-ud-Din Iltutmish | |
বাসগৃহ | Mamluk |
মাতৃ | Qutub Begum |
পিতৃ | Iltutmish |
সমাধিস্থল | Bulbul-i-Khan near Turkmen Gate, Delhi |
ধৰ্ম | Islam |
বন্ধ কৰক