ৰাকেশ শৰ্মা
From Wikipedia, the free encyclopedia
ৰাকেশ শৰ্মা (জন্ম ১৩ জানুৱাৰী, ১৯৪৯) ভাৰতীয় বায়ু সেনাৰ এজন প্ৰাক্তন ব্যৱহাৰিক বৈমানিক। ১৯৮২ চনত তেওঁক ৰাছিয়াৰ মহাকাশ অভিযানত অৰ্ন্তভূক্ত কৰে আৰু ১৯৮৪ চনৰ ২ এপ্ৰিলত চয়ুজ টী-১১ মহাকাযানৰ জৰিয়তে আৰু দুজন মহাকাশচাৰীৰ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় হিচাবে গৌৰৱ অৰ্জন কৰে। [1][2]
এই জীৱনীমূলক প্ৰবন্ধটোৰ বিশ্বাসযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অতিৰিক্ত উদ্ধৃতি (তথ্যৰ উত্স) প্ৰদান কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উত্সৰ উল্লেখ কৰি প্ৰবন্ধটোৰ মানদণ্ড উন্নত কৰক কিয়নো উত্স নথকা প্ৰবন্ধৰ তথ্যসমূহে পঢ়ুৱৈৰ অপকাৰ সাধন কৰিব পাৰে। আপুনি যদি উদ্ধৃতি দিবলৈ অসুবিধা পাইছে তেনেহ’লে আপোনাৰ সুবিধাৰ বাবেই লিখা উদ্ধৃতিৰ সংক্ষিপ্ত সহায়িকাখন নিশ্চয় এবাৰ চকু ফুৰাই চাওক। |
ক্ষিপ্ৰ তথ্য ৰাকেশ শৰ্মা, জাতীয়তা ...
ৰাকেশ শৰ্মা | |
---|---|
ৰাকেশ শৰ্মা | |
জাতীয়তা | ভাৰতীয় |
পদমৰ্যাদা | অৱসৰপ্ৰাপ্ত |
জন্ম | ১৩ জানুৱাৰী, ১৯৪৯ (৭৫ বছৰ) পাটিয়ালা, Patiala and East Punjab States Union, ভাৰত |
অন্য পেছা | ব্যৱহাৰিক বৈমানিক/মহাকাশচাৰী |
স্থান | ৱিং কামাণ্ডাৰ, ভাৰতীয় বায়ু বাহিনী |
মহাকাশত কটোৱা সময় | ৭দিন ২১ ঘণ্টা ৪০ মিনিট |
অভিযান | চয়ুজ টি-১১ / চয়ুজ টি-১০ |
অভিযানৰ প্ৰতীক | |
বঁটা | অশোক চক্ৰ চোভিয়েট গোটৰ বীৰ |
বন্ধ কৰক