ৰমন মেগছেছে বঁটা বিজয়ীসকলৰ তালিকা
ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি / From Wikipedia, the free encyclopedia
তলৰ তালিকাখন ফিলিপাইন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ (ইংৰাজী: Ramon Magsaysay) সোঁৱৰণত বাৰ্ষিকভাৱে প্ৰদান কৰা 'ৰমন মেগছেছে বঁটা'-বিজয়ীৰ (ইংৰাজী: Ramon Magsaysay Award) আংশিক তালিকা। মেগছেছে বঁটাক এছিয়াৰ ন’বেল বঁটাৰ দৰে মান কৰা হয়[1][2]। এই বঁটা পোণপ্ৰথম ১৯৫৭ চনৰ এপ্ৰিল মাহত প্ৰদান কৰা হৈছিল]। তালিকাখনত বঁটা প্ৰাপকৰ জন্ম দেশ বা নাগৰিকত্ব কাষত উল্লেখ কৰা হৈছে। সম্পূৰ্ণ তালিকাৰ বাবে তলৰ বাহ্যিক সংযোগ চাওক।