ৰজনীগন্ধা
ৰজনীগন্ধা বা নিশিগন্ধা / From Wikipedia, the free encyclopedia
ৰজনীগন্ধা (Tuberose) এক অন্যতম জনপ্ৰিয় ফুল। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান আৰু ফুলদানী সজোৱাৰ বাবে ৰজনীগন্ধা ব্যাপকভাবে ব্যবহৃত হয়। তদুপৰি এই ফুলৰ নিৰ্যাসৰ পৰা সুগন্ধিও তৈয়াৰ কৰা হয়। গোটেই বছৰেই বাজাৰত এই ফুলৰ চাহিদা বেছি থাকে । ৰজনীগন্ধাৰ কন্দৰ দ্বাৰা বংশবৃদ্ধি কৰা হয় । মাৰ্চ এপ্ৰিল মাহ কন্দ লগোৱাৰ উপযুক্ত সময়। [1]
এই ফুলৰ বিষয়ে লিখা প্ৰবন্ধটো এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |