ৰঙিয়া জংচন ৰেল ষ্টেচন
From Wikipedia, the free encyclopedia
ৰঙিয়া জংচন হৈছে বাৰাউনী-গুৱাহাটী ৰেলপথৰ নিউ বঙাইগাঁও-গুৱাহাটী শাখাত আৰু ৰঙিয়া-ৰঙাপাৰা-ডেকাৰগাঁও/মুৰ্কংচেলেক পথত থকা এটি জংচন ৰেলৱে ষ্টেচন। ই কামৰূপ জিলাৰ ৰঙিয়া মহকুমাত অৱস্থিত। ই ৰঙিয়া আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চল সমূহৰ মুখ্য ৰেলৱে ষ্টেচন।
ক্ষিপ্ৰ তথ্য ৰঙিয়াভাৰতীয় ৰেলৰ জংচন ষ্টেচন, ষ্টেচনৰ তথ্য ...
ৰঙিয়া ভাৰতীয় ৰেলৰ জংচন ষ্টেচন | |
---|---|
ৰঙিয়া জংচন | |
ষ্টেচনৰ তথ্য | |
ঠিকনা | ৰঙিয়া, অসম অসম |
স্থানাংক | 26.4472°N 91.6056°E / 26.4472; 91.6056 |
উচ্চতা | ৫৩ মিটাৰ (174 ফুট) |
লাইন | নিউ বঙাইগাঁও-গুৱাহাটী শাখা বাৰাউনী-গুৱাহাটী পথ ৰঙিয়া-ডেকাৰগাঁও/মুৰ্কংচেলেক পথ |
গঠনৰ প্ৰকাৰ | ভূমিৰ ওপৰত, মানক |
প্লে'টফৰ্ম | ৫ |
আন তথ্য | |
মুকলি | ১৯০৯ |
ষ্টেচন ক'ড | RNY |
মণ্ডল | উত্তৰ-পূব সীমান্ত ৰেলৱে |
ডিভিজন | ৰঙিয়া |
অধিকাৰিত্ব | ভাৰতীয় ৰেল |
ষ্টেচন স্থিতি | কাৰ্যক্ষম |
অৱস্থান | |
বন্ধ কৰক