![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/7/72/National_Highway_61_%2528India%2529.png/640px-National_Highway_61_%2528India%2529.png&w=640&q=50)
৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
From Wikipedia, the free encyclopedia
৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 61, চমুকৈ NH 61) হৈছে ভাৰতৰ এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ৰাষ্ট্ৰীয় ঘাইপথটো নাগালেণ্ডৰ ৰাজধানী কহিমাত আৰম্ভ হৈ অসমৰ জাঁজীত শেষ হৈছে। এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য হৈছে 240 km (150 মাইল)। ইয়াৰে লাগালেণ্ডত আৰু 20 km (12 মাইল) অসমত আছে।[1]
ক্ষিপ্ৰ তথ্য ৬১ ৰাষ্ট্ৰীয় ঘাইপথ ৬১, পথ তথ্য ...
ৰাষ্ট্ৰীয় ঘাইপথ ৬১ | |
---|---|
![]() ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতৰ মানচিত্ৰত দেখা গৈছে | |
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
From | কহিমা, নাগালেণ্ড |
To | জাঁজী, অসম |
Location | |
States | নাগালেণ্ড: 220 km (140 মাইল) অসম: 20 km (12 মাইল) |
Primary destinations | ৱখা - মোককচাঙ |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
বন্ধ কৰক