![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/b2/National_Highway_51_%2528India%2529.png/640px-National_Highway_51_%2528India%2529.png&w=640&q=50)
৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
From Wikipedia, the free encyclopedia
৫১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 51, চমুকৈ NH 51) হৈছে অসম আৰু মেঘালয়ৰ মাজত বিস্তৃত হৈ থকা এটা ৰাষ্ট্ৰীয় ঘাইপথ। এই ঘাইপথটো অসমৰ পাইকানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ফাটি ওলাইছে। এই ঘাইপথটো মেঘালয়ৰ দালুত গৈ শেষ হৈছে। এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ১৪৯ কিঃমিঃ (৯৩ মাইল)। ইয়াৰে ২২ কিঃমিঃ (১৪ মাইল) অসমত আৰু ১২৭ কিঃমিঃ (৭৯ মাইল) মেঘালয়ত আছে।[1]
ক্ষিপ্ৰ তথ্য ৫১ ৰাষ্ট্ৰীয় ঘাইপথ ৫১, পথ তথ্য ...
ৰাষ্ট্ৰীয় ঘাইপথ ৫১ | |
---|---|
![]() ৫১ নং ৰাষ্ট্ৰীয় ঘাইপথটো মানচিত্ৰত দেখা গৈছে | |
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
উত্তৰ end | পাইকান, Assam |
দক্ষিণ end | দালু, মেঘালয় |
Location | |
States | অসম: 22 km (14 মাইল) মেঘালয়: 127 km (79 মাইল) |
Primary destinations | তুৰা |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
বন্ধ কৰক