২ হ'ল ৰ লগত ১ যোগ কৰি পোৱা গোটা সংখ্যা।[1]

ক্ষিপ্ৰ তথ্য ←১ ২ ৩→, অংকবাচক ...
←১ ৩→
−১
সংখ্যাৰ তালিকাঅখণ্ড সংখ্যা
১০ ২০ ৩০ ৪০ ৫০ ৬০ ৭০ ৮০ ৯০
অংকবাচক two
পূৰণবাচক দ্বিতীয়
(second)
Factorization prime
Greek numeral Β´
Roman numeral II
বাইনেৰি 102
Ternary 23
Quaternary 24
Quinary 25
Senary 26
Octal 28
Duodecimal 212
Hexadecimal 216
Vigesimal 220
Base 36 236
বন্ধ কৰক
Thumb

গণিতত ২

২ এটি চফী জাৰ্মেইন্ যুগ্ম সংখ্যা।[2], এটি ৰামানুজ যুগ্ম সংখ্যা[3]

২ৰ গুণনীয়ক

২ৰ দুটা গুণনীয়ক আছে-- ১ আৰু ২[4] অৰ্থাৎ ২ এটি মৌলিক সংখ্যা। ২ আতাইতকৈ সৰু মৈলিক সংখ্যা আৰু[5] একমাত্ৰ যুগ্ম মৌলিক সংখ্যা[6]

২ৰে বিভাজ্য সংখ্যা

২ৰে বিভাজ্য যিকোনো সংখ্যাকে 'যুগ্ম সংখ্যা বোলে।[7] যদি কোনো সংখ্যাৰ এককৰ ঘৰত ০,২,৪,৬ বা ৮ থাকে, তেনেহ'লে সেই সংখ্যাটো যুগ্ম, বা ২ৰে বিভাজ্য।[8]

লগতে চাওক

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.