২০২৩ চাফ চেম্পিয়নশ্বিপ
From Wikipedia, the free encyclopedia
২০২৩ চাফ চেম্পিয়নশ্বিপ হৈছে দক্ষিণ এছিয়ান ফুটবল ফেডাৰেচনৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক পৰ্যায়ৰ দক্ষিণ এছিয়াৰ ফুটবল প্ৰতিযোগিতা চাফ চেম্পিয়নশ্বিপৰ ১৪তম সংস্কৰণ টুৰ্ণামেণ্ট, য'ত দক্ষিণ এছিয়াৰ ফুটবল সংস্থা চাফ পৰা ছয় আৰু দুজন আমন্ত্ৰণপ্ৰাপ্ত অতিথি ৰাষ্ট্ৰীয় ফুটবল দল (পুৰুষ)য়ে প্ৰতিদ্বন্দ্বিতা আছে। প্ৰতিযোগিতাখন ২১ জুনৰ পৰা ৪ জুলাই, ২০২৩ লৈ ভাৰতত অনুষ্ঠিত হয়।[1][2]
ক্ষিপ্ৰ তথ্য প্ৰতিযোগিতাৰ তথ্য, আয়োজক দেশ ...
প্ৰতিযোগিতাৰ তথ্য | |
---|---|
আয়োজক দেশ | ![]() |
তাৰিখ | ২১ জুন-৪ জুলাই ২০২৩ |
দলসমূহ | ৮ (২খন উপ-কনফিডাৰেচনৰ পৰা) |
স্থান | শ্ৰী কান্তিৰাভা ষ্টেডিয়াম, বেংগালুৰু |
শীৰ্ষস্থানীয় অৱস্থান | |
বিজেতা | ![]() |
দ্বিতীয় স্থান | ![]() |
প্ৰতিযোগিতাৰ পৰিসংখ্যা | |
মুঠ খেলৰ সংখ্যা | 15 |
মুঠ গোলৰ সংখ্যা | 38 |
উপস্থিতি | 93,993 (6,266 প্ৰতিখন খেলত) |
সৰ্বাধিক গোলদাতা | ![]() |
শ্ৰেষ্ঠ খেলুৱৈ | ![]() |
শ্ৰেষ্ঠ গোলৰক্ষক | ![]() |
অপক্ষপাতী খেলৰ বঁটা | ![]() |
← ২০২১ ২০২৫ → |
বন্ধ কৰক