১৯৬৪ চনৰ নিগাটা ভূমিকম্প
From Wikipedia, the free encyclopedia
১৯৬৪ চনৰ নিগাটা ভূমিকম্প হৈছিল জাপানৰ স্থানীয় সময় অনুসৰি ১৩:০১ বজাত (০৪:০১ গ্ৰিনিজ মান সময়]) ১৬ জুনত। ভূমিকম্প মান আছিল ৭.৫ বা ৭.৬[1][2]। এই ভূমিকম্পটোৱে নিগাটা চহৰৰ বহুত ক্ষতি সাধন কৰে সেয়ে এই ভূমিকম্পটোক নিগাটা ভূমিকম্প বোলা হয়[1]। নিগাটা ভূমিকম্পত চহৰখনত বহুত ঠাইত মাটিৰ তৰলীকৰণ ঘটে।
ক্ষিপ্ৰ তথ্য তাৰিখ, প্ৰাৱল্য ...
তাৰিখ | ১২ জুন, ১৯৬৪ |
---|---|
প্ৰাৱল্য | ৭.৬ Mw |
গভীৰতা | ৩৪ কি:মি: |
প্ৰকাৰ | Dip-slip |
দেশ বা অঞ্চল(সমূহ) | জাপান, Niigata Prefecture |
ছুনামি | হৈছিল |
হতাহত | ৩৬জন মৃত্যু আৰু সন্ধানহীন হৈছিল (৩৮৫ আঘাতপ্ৰাপ্ত)[1] |
বন্ধ কৰক