১৮ মাৰ্চ (ইংৰাজী: 18 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৭৭তম (অধিবৰ্ষত ৭৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮৮টা দিন বাকী থাকে।
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ |
ঘটনাৱলী
জন্ম
- ১৯২২ - ৰবীন দে, অসমীয়া থ্ৰিলাৰ ঔপন্যাসিক আৰু অভিনেতা।
- ১৯২৬ - অক্কিতম অচ্যুতম নম্বুথিৰী, ভাৰতীয় সাহিত্যিক।
- ১৯৩৮ - শশী কাপুৰ, ভাৰতীয় অভিনেতা।
- ১৯৪৯ - অৰ্চনা মহন্ত, অসমীয়া কণ্ঠশিল্পী।
- ১৯৫৬ - অৰুন্ধতী ভট্টাচাৰ্য্য, ভাৰতীয় বেংকাৰ আৰু ভাৰতীয় ষ্টেট বেংকৰ ভূতপূৰ্ব অধ্যক্ষ।
- ১৯৫৭ - ৰত্না পাঠক শ্বাহ, ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক।
মৃত্যু
- ১৯৭৭ - সিদ্ধেশ্বৰী দেৱী, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৮০ - লুডৱিগ গুটমেন, জাৰ্মান-ব্ৰিটিছ স্নায়ুৰোগ বিশেষজ্ঞ।
দিৱস
- শিক্ষক দিৱস (ছিৰিয়া)
- পতাকা দিৱস (আৰুবা)
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand in your browser!
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.