১৫ জুলাই (ইংৰাজী: 15 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯৬তম (অধিবৰ্ষত ১৯৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৬৯টা দিন বাকী থাকে।
- ১৮১৫ - ৱাটাৰ্লুপ যুদ্ধত পৰাজয়ৰ পিছত নেপোলিয়ন বোনাপাৰ্টএ বিখ্যাত নেপোলিয়ন যুদ্ধত বেলেৰফনৰ ওচৰত আত্মসমৰ্পণ কৰে।
- ১৯৫৫ - ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুলৈ ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
- ১৯৬৫ - মানৱহীন মহাকাশযান মেৰিণাৰ—৪ য়ে মঙ্গলগ্ৰহৰ ১২,০০০ কিঃমিঃ কাষেৰে ভ্ৰমণ কৰিছিল।
- ১৯৭৫ - আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ যুগ্ম মহাকাশ অভিযান এপল-ছয়ুজে বিস্ময়কৰ, অভুতপূৰ্ব সাফল্য লাভ কৰে।
- ১৯৭৫ - ভাৰতীয় সময় মতে আবেলি ৫ বাজি ৩০ মিনিটত বৈকানুৰৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ছয়ুজ— ১৯ যানখন উৎক্ষেপণ কৰা হয়।
- ১৯৭৯ - মোৰাৰজী দেশাইয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।
- ১৯৯৭ - পৰিৱেশবিদ মহেশ চন্দ্ৰ মেহতালৈ ৰমণ মেগছেছে বঁটা ঘোষণা কৰা হয়।
- ২০০১ - পাকিস্তান আৰু ভাৰতৰ ঐতিহাসিক আগ্ৰা শীৰ্ষ বৈঠক আৰম্ভ হয়।
- ২০০৬ - বিশ্বৰ চ'ছিয়েল নেটৱৰ্কিং খণ্ডত টুইটাৰ যোগ হয়।
- ২০১০ - ভাৰতীয় টকাৰ প্ৰতীক (₹) ভাৰত চৰকাৰে প্ৰকাশ কৰে।
- ১৬০৬ - ৰে'ম্ব্ৰেণ্ট, ডাচ্চ চিত্ৰকৰ আৰু নক্সাকাৰ।
- ১৬১১ - মহাৰজা জয় সিংহ প্ৰথম, মোগলৰ সেনাপতি (মিৰ্জা ৰজা) আৰু অম্বৰৰ (জয়পুৰ) ৰজা আছিল।
- ১৭৮৩ - ছাৰ জামছেটজী জিজিভয়, মহান ভাৰতীয় বণিক, উদ্য়োগপতি আৰু সমাজসেৱক, বোম্বাইত (মুম্বাই) জন্মগ্ৰহণ কৰিছিল।
- ১৯০৩ - কুমাৰ স্বামী কামৰাজ নাদাৰ, ভাৰতীয় ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী তথা জাতীয় কংগ্ৰেছৰ সভাপতি।
- ১৯০৯ - দুৰ্গাবাঈ দেশমুখ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ।
- ১৯৩৩ - এম টি বাসুদেৱন নায়াৰ, ভাৰতীয় সাহিত্যিক।
- ১৯৮৬ - চৰদাৰা সিং, ভাৰতীয় পেছাদাৰী ফিল্ড হকী খেলুৱৈ।