![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/a/a1/Jungle_Cat_Felis_chaus_by_Dr._Raju_Kasambe_DSCN7957_%25283%2529.jpg/640px-Jungle_Cat_Felis_chaus_by_Dr._Raju_Kasambe_DSCN7957_%25283%2529.jpg&w=640&q=50)
হেপা
From Wikipedia, the free encyclopedia
হেপা বা হাপা[1](ইংৰাজী: Jungle cat, বৈজ্ঞানিক নাম Felis chaus) এবিধ বনৰীয়া মেকুৰী।ইয়াক ককেছাচ অঞ্চল, দক্ষিণত, মধ্য প্ৰাচ্য, দক্ষিণ আৰু দক্ষিণ পূব এছিয়াত পোৱা যায়।
ক্ষিপ্ৰ তথ্য হেপা, সংৰক্ষণ স্থিতি ...
হেপা | |
---|---|
![]() | |
হেপা | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | carnivora |
পৰিয়াল: | Felidae |
গণ: | Felis |
প্ৰজাতি: | chaus |
![]() | |
Distribution of the jungle cat in 2016[2] |
বন্ধ কৰক
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |