![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/1/1e/Saurashtra_Script.svg/langas-640px-Saurashtra_Script.svg.png&w=640&q=50)
সৌৰাষ্ট্ৰ লিপি
সৌৰাষ্ট্ৰ ভাষা লিখিবলৈ ব্যৱহাৰ কৰা একপ্ৰকাৰৰ আবুগিদা লিপি / From Wikipedia, the free encyclopedia
সৌৰাষ্ট্ৰ লিপি হৈছে তামিলনাডুৰ সৌৰাষ্ট্ৰীয়সকলে সৌৰাষ্ট্ৰ ভাষা লিখিবলৈ ব্যৱহাৰ কৰা একপ্ৰকাৰৰ আবুগিদা লিপি ৷ এই লিপি ব্ৰাহ্মীয় মূলৰ যদিও ইয়াৰ সঠিক ব্যুৎপত্তিৰ বিষয়ে জনা নাযায়, যিটো পিছলৈ টিএমআৰম ৰায়ে সংস্কাৰ আৰু প্ৰামাণিককৰণ কৰে। ইয়াৰ ব্যৱহাৰ হ্ৰাস পাইছে, আৰু এতিয়া তামিল আৰু লেটিন লিপি অধিক ব্যৱহাৰ কৰা হৈছে। [1] [2]
ক্ষিপ্ৰ তথ্য Saurashtraꢱꣃꢬꢵꢰ꣄ꢜ꣄ꢬ, প্ৰকাৰ ...
Saurashtra ꢱꣃꢬꢵꢰ꣄ꢜ꣄ꢬ | |
---|---|
![]() | |
প্ৰকাৰ | Abugida |
ভাষা | Saurashtra |
সময় | 19th century - Present day |
মাতৃ লিপি |
Proto-Sinaitic alphabet[a]
|
ভগ্নী লিপি | Malayalam script Tigalari script Dhives akuru |
ISO 15924 | Saur, 344 |
দিশ | বাওঁৰ পৰা সোঁ |
ইউনিক'ড নাম | Saurashtra |
ইউনিক'ড ৰে'ঞ্জ | U+A880–U+A8DF |
[a] The Semitic origin of the Brahmic scripts is not universally agreed upon.
টোকা: এই পৃষ্ঠাত IPA চিহ্ন থাকিব পাৰে। |
বন্ধ কৰক