অসমীয়া ৱিকিপিডিয়াত বিশিষ্ট ব্যক্তিৰ জীৱনীমূলক প্ৰৱন্ধৰে বৰঙণি আগবঢ়োৱা বাবে কৃতজ্ঞতাস্বৰূপে এই পদক প্ৰদান কৰিলোঁ৷ আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে— অসমীয়া ৱিকিমিডিয়া সমাজ |