![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/3/3e/Sandhya_in_1957.jpg/640px-Sandhya_in_1957.jpg&w=640&q=50)
সন্ধ্যা শান্তাৰাম
From Wikipedia, the free encyclopedia
সন্ধ্যা শান্তাৰাম (জন্ম নাম: বিজয়া দেশমুখ)[2] এগৰাকী ভাৰতীয় অভিনেত্ৰী। স্বামী ভি শান্তাৰামৰ দ্বাৰা পৰিচালিত ১৯৫০-১৯৬০ৰ দশকৰ বিভিন্ন হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বেছিকৈ পৰিচিত; যিবোৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল ঝনক ঝনক পায়েল বাজে (১৯৫৫), দো আঁখে বাৰ হাথ (১৯৫৮), নৱৰং (১৯৫৯) আৰু মাৰাঠী ছবি পিঞ্জৰা (১৯৭২) আৰু অমৰ ভূপালি (১৯৫১)।
ক্ষিপ্ৰ তথ্য সন্ধ্যা শান্তাৰাম, জন্ম ...
সন্ধ্যা শান্তাৰাম | |
---|---|
![]() ১৯৫৭ ত শান্তা | |
জন্ম | বিজয়া দেশমুখ ২৭ ছেপ্টেম্বৰ, ১৯৩৮ (৮৫ বছৰ)[1] কোচি, কেৰালা, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | অভিনেত্ৰী |
জনা যায় | পিঞ্জৰা ছবিৰ বাবে |
দাম্পত্যসঙ্গী | ভি শান্তাৰাম |
বন্ধ কৰক