সদস্য বাৰ্তা:Vssun
From Wikipedia, the free encyclopedia
Welcome to Assamese Wikipedia. However, we usually discuss on our facebook group here, please join and help us. Malayalam Wikipedia is our role model.
![]() |
নমস্কাৰ, অসমীয়া ৱিকিপিডিয়ালৈ স্বাগতম! অসমীয়া ৱিকিপিডিয়ালৈ আদৰিছো। আপোনাৰ অৰিহনাৰ বাবে ধন্যবাদ। আশাকৰো আপুনি আমাৰ সংগ উপভোগ কৰিছে আৰু আমাৰ লগত সদায় জড়িত হৈ থাকিব। একেবাৰে নতুনকৈ অহা সকলৰ বাবে তলত দিয়া পৃষ্ঠা-সংযোগ কেইটা অতি উপযোগী:
ইয়াৰ উপৰিও ফেচবুক-অত আমাৰ Assamese Wikipedia Community বুলি এটা আলোচনা গ্ৰুপ আছে। বিকিপিডিয়ান সকলক লগ পাবলৈ আপুনিও তাৰ সদস্য হৈ ল'ব পাৰে। আশা কৰোঁ সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। অনুগ্ৰহ কৰি কথা-বতৰা পৃষ্ঠাত নিজৰ স্বাক্ষৰ কৰিবলৈ চাৰিটা টাইল্ড "~~~~" ব্যৱহাৰ কৰক; ই নিজে নিজে আপোনাৰ নাম আৰু তাৰিখ সংলগ্ন কৰি দিব। মোক সুধিবলৈ মোৰ কথা-বতৰা পৃষ্ঠালৈ যাওক, বা আপোনাৰ কথা-বতৰা পৃষ্ঠাত {{helpme}} সুমুৱাই দিয়ক আৰু কোনোবা অতি সোনকালেই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি আহিব। |
Hi.
প্রভাকৰ শৰ্মা নেওগ Prabhakar Sarma Neog 02:26, 24 নভেম্বৰ 2011 (UTC)