সদস্য বাৰ্তা:Drnayanjyoti
From Wikipedia, the free encyclopedia
বহুত ধন্যবাদ। পদকটি গ্ৰহণ কৰি মই নথৈ উৎফুল্লিত!
Drnayanjyoti (talk) 16:20, 17 April 2020 (ইউ.টি.চি.)
নমস্কাৰ, Drnayanjyoti
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
ৱিকি উদ্যোগীৰ পদক | ||
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াক আগবঢ়াই নিবলৈ আপুনি কৰা নেৰানেপেৰা প্ৰচেষ্টাৰ বাবে আপোনালৈ এই পদক অৰ্পন কৰা হ'ল।
বাবুল বৈশ্য (talk) 15:52, 17 April 2020 (ইউ.টি.চি.) |