From Wikipedia, the free encyclopedia
Hi Bishnu Saikia,
The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011. But the activities start now with the 100 day long WikiOutreach. Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)
We look forward to see you at Mumbai on 18-20 November 2011 |
---|
অনুগ্ৰহ কৰি প্ৰৱন্ধৰ তলত নিজৰ নাম নিদিব | আপোনাৰ "সদস্যনাম" প্ৰৱন্ধটোৰ "ইতিহাস"ত সঞ্চিত হৈ থাকিব | Gitartha.bordoloi ১৫:৪২, ১২ আগষ্ট ২০১১ (UTC)
তেজপুৰ মহাবিদ্যালয়ৰ Logo টো Upload কৰাত খেলিমেলি হ’ল| কোনোৱে সজাই দিলে ভাল হয়| চিত্ৰকেইখন http://as.wikipedia.org/wiki/%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0:%E0%A6%A4%E0%A7%87%E0%A6%9C%E0%A6%AA%E0%A7%81%E0%A7%B0_%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%AC%E0%A6%BF%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%B2%E0%A6%AF%E0%A6%BC.jpg ইয়াতে পাব|
এই পদকটিৰ বাবে ধন্যবাদ প্ৰভাকৰ দা| আগলৈকো নিশ্চয় সংযুক্ত হৈ থাকিম| বিষ্ণু শইকীয়া 16:42, 23 নভেম্বৰ 2011 (UTC)
প্রভাকৰ শৰ্মা নেওগ 00:58, 24 নভেম্বৰ 2011 (UTC)
বিষ্ণু শইকীয়া 07:35, 24 নভেম্বৰ 2011 (UTC)
তেজপুৰৰ ভাল ফটো এখন লাগে। ইংৰাজীটোৰ ফটোখনো এপ্রপ্রিয়েট হাৱা নাই। প্রভাকৰ শৰ্মা নেওগ 03:38, 25 নভেম্বৰ 2011 (UTC)
বিষ্ণু শইকীয়া 12:21, 25 নভেম্বৰ 2011 (UTC)
১: অসমীয়া ৱিকিপিডিয়াৰ তেজপুৰ পৃষ্ঠালৈ যাবাঁ। তাত যে বাওঁফালে বাকচ এটাৰ ভিতৰত ভাৰতৰ মেপৰ ওপৰত তেজপুৰ ইউনিভাৰচিটিৰ ফটো আছে, সেইখন আতৰাই অলপ ভাল ফটো দিব লাগে।
২: প্রশ্ন উঠে - মই কিয় তোমাক ফট'ৰ কথা ক'লোঁ। তেজপুৰৰ প্রবন্ধটোৰ ওপৰত, সোঁহাতে "ইতিহাস চাওক" বুলি টেব আছে। তাত ক্লিক দেখিবা, বিষ্ণুৱেই বিষ্ণু! তাৰমানে, তাত দিয়া প্রত্যক লাইনতে তোমাৰ আই ডি বিচাৰি পাম. গতিকে মই বুজিলো যে লাষ্টত তুমি তাত লিখিছিলা। তোমাক তেজপুৰৰ বুলি আগৰেপৰা জানো, সেয়ে ফট'ৰ কথা ক'লোঁ।
মোক ফোন এটা কৰিবা - ৯৯৫৪১১৩১৭০. ভালকৈ ক'ম।
প্রভাকৰ শৰ্মা নেওগ 02:24, 26 নভেম্বৰ 2011 (UTC)
সেইডাল হ'লেহে স্বাগতম হয় নেকি? যোৱানা, তেওঁৰ "আলোচনা" পৃষ্ঠাত কৈ এনেয়ে একলম লিখি দিয়াঁ। বা মানুহজন চিনাকি হ'লে, নিজে লগ ধৰি স্বাগতম বুলি কৈ দিয়াঁ। তাতকৈ ডাঙৰ স্বাগতম কি হ'ব?
মনত ৰাখিবাঁ - ৱিকিপিডিয়াৰ ওপৰত জিম্ব'ৰ (ৱিকিপিডিয়া স্ধাপনা কৰা জিমী ৱেলচ) যিমান অধিকাৰ, তোমাৰো সিমান। ঠিক ক'লোঁনে?
প্রভাকৰ শৰ্মা নেওগ 06:44, 26 নভেম্বৰ 2011 (UTC)
সাধাৰণতে তেনেকুৱা ধৰণৰ (সদস্যৰ সংখ্যা) ৱিকিপিডিয়াৰ বাওঁফালৰ কলমৰ সা-সঁজুলি বিশেষ পৃষ্ঠাসমূহ-অত পাবাঁ।
তুমি বিচৰা তথ্য ইয়াত পাবাঁ: সদস্যবৃন্দ আৰু অধিকাৰসমূহ (বিশেষ পৃষ্ঠাসমূহ-অত গ'লে দেখিবাই।) ৱিকিপিডয়াৰ চফ্টৱেৰ [www.mediawiki.org (মিডিয়াৱিকি)] আচলতে সাধাৰণ ব্যৱহাৰকাৰীৰ বাবেহে "ৱিকি" (মানে বেগী বা সৰল), এডমিন-অৰ মূৰ কামোৰণী।
প্রভাকৰ শৰ্মা নেওগ 11:06, 26 নভেম্বৰ 2011 (UTC)
টাবু টাইডে চুকাফা পুৰস্কাৰ পাইছে, মই ইংৰাজীটো লিখি আছোঁ, অনুবাদ কৰিব পাৰা।
প্রভাকৰ শৰ্মা নেওগ 15:41, 2 ডিচেম্বৰ 2011 (UTC)
উপায় নাই, হ'বই। সেইকাৰণে নতুন প্ৰবন্ধৰ কাম কৰোঁতে আনক হাত নলগাবলৈ জাননী এখন দি থ'ব পাৰে। যদি সম্পাদনা দ্বন্দ হয়, তেন্তে এফালে আপুনি কৰা সালসলনি আৰু আনফালে আনজনৰ সম্পাদনাখিনি দেখুৱায়। যদি মাজে মাজে এটা দুটা শব্দৰ সলনি এটা সম্পূৰ্ণ পৰিচ্ছেদ যোগ কৰিছে, তেন্তে সেইখিনি কপী কৰক আৰু সম্পাদনা ৱিণ্ড'ৰ পৰা ওলাই পুনৰ সম্পাদনাত সোমাওক আৰু পে'ষ্ট কৰি দিয়ক। এটা দুটা শব্দ হ'লে পিছে আকৌ বাছি বাছি পে'ষ্ট কৰিবলৈ অলপ কামোৰ হয়। Gitartha.bordoloi 20:20, 3 ডিচেম্বৰ 2011 (UTC)
লিষ্ট কেনেকে ব্যবহাৰ কৰিব লাগে ইয়াত বা ইয়াত পাবা। নহলে অকণমান কষ্ট কৰি হ'লেও ইংৰাজীখনৰ manual of style চাই লোৱাচোন।
প্রভাকৰ শৰ্মা নেওগ 03:08, 5 ডিচেম্বৰ 2011 (UTC)
সদস্য বাৰ্তা:Psneog চোৱা। প্রভাকৰ শৰ্মা নেওগ 09:27, 6 ডিচেম্বৰ 2011 (UTC)
আপুনি সৃষ্টিকৰা কেলেণ্ডাৰ প্ৰবন্ধ contentবোৰ {{Months}} লৈ স্থানান্তৰিত কৰা হ'ল। কেলেণ্ডাৰ প্ৰবন্ধটোত কেলেণ্ডাৰৰ বিষয়ে তথ্য থাকিলেহে ভাল হয়। মাহৰ তালিকাখন সাঁচ হিচাপে ৰাখিলে আন প্ৰবন্ধটো ব্যৱহাৰ কৰিব পৰা যাব। --অম্লান জ্যো ব 17:39, 12 ডিচেম্বৰ 2011 (UTC)
ইয়াত চোৱা: Wikipedia:জ্যামিতি
প্রভাকৰ শৰ্মা নেওগ 17:22, 14 ডিচেম্বৰ 2011 (UTC)
বিষ্ণু দা, সাঁচবোৰত অনুগ্ৰহ কৰি শ্ৰেণী সংযোগ নকৰিব। মূল শ্ৰেণীসমূহত সাঁচ সংযোগ কৰিলে দেখাত বেয়া লাগে। আপুনি বিচাৰিলে সাঁচবোৰৰ বাবে বেলেগ শ্ৰেণী তৈয়াৰ কৰিব পাৰে আৰু তাক মূল শ্ৰেণীৰ উপশ্ৰেণী কৰি দিব পাৰে। ইংৰাজী ৱিকিতো তেনেদৰেই কৰা হয়। যেনে মই এটা হিন্দু ধৰ্মৰ সাঁচৰ বাবে শ্ৰেণী তৈয়াৰ কৰিছিলোঁ শ্ৰেণী:হিন্দু ধৰ্ম সাঁচ।
আৰু এটা অনুৰোধ, প্ৰায় ভাগ লিখনিতে আপুনি ‘দাৰি (।)’-ৰ সলনি ‘পাইপ (|)’ চিহ্নতো ব্যৱহাৰ কৰি আহিছে। কী-বৰ্ডৰ Enter key-ৰ ওপৰত থকা এই চিহ্নটো দেখাত দাৰিৰ দৰে হ'লেও ই কিন্তু দাতি নহয়। সেয়ে অনুগ্ৰহ কৰি সঠিক দাৰি ব্যৱহাৰ কৰে যেন।
--অম্লান জ্যো ব 12:33, 27 ডিচেম্বৰ 2011 (UTC)
অক্লান্ত কৰ্মী পদক | ||
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকে এই ৱিকি-প্রয়াসৰ লগত যুক্ত হৈ থাকিব। প্রভাকৰ শৰ্মা নেওগ 04:47, 23 নভেম্বৰ 2011 (UTC) |
সৃষ্টিকৰ্তাৰ পদক | ||
নিৰবিচ্ছিন্নভাবে নিত্য নতুন প্রবন্ধ লিখি ৱিকিপিডিয়ালৈ দিয়া বিষ্ণু শইকীয়ালৈ আগবঢ়োৱা হ'ল। প্রভাকৰ শৰ্মা নেওগ 16:25, 26 ডিচেম্বৰ 2011 (UTC) |
ৱিকিগ্ৰন্থৰ আলোচনা পৃষ্ঠা চাওক। Gitartha.bordoloi 16:57, 2 জানুৱাৰী 2012 (UTC)
উত্তৰ দিছোঁ, পঢ়িবাঁ প্রভাকৰ শৰ্মা নেওগ 11:57, 3 জানুৱাৰী 2012 (UTC)
নতুন সদস্যা এগৰাকীয়ে ’নেঘেৰিটিং দ’ল’ বুলি প্ৰৱন্ধটো যোগ দিছে পিছে শিৱসাগৰৰ শিৱদৌল টো আগৰ পৰাই আছিলেই, redirect কৰিবলৈও দুয়োটা প্ৰৱন্ধতে অলপ অলপ লিখা আছে, কি কৰা যায় | http://as.wikipedia.org/wiki/%E0%A6%A8%E0%A7%87%E0%A6%98%E0%A7%87%E0%A7%B0%E0%A6%BF%E0%A6%9F%E0%A6%BF%E0%A6%82_%E0%A6%A6%E0%A6%B2 দীপাংকৰ চেতিয়া 16:36, 6 জানুৱাৰী 2012 (UTC)
নিশ্ছিত হ’লো, বেলেগ বেলেগ দ’ল দুজনমানক সুধি গম পালো আপোনাক মিছাই কষ্ট দিলো| দীপাংকৰ চেতিয়া 18:10, 6 জানুৱাৰী 2012 (UTC)
I am looking at it, though I am not too good with templates. Prabhakar is more proficient in this. চাইপাও 13:08, 15 জানুৱাৰী 2012 (UTC)
প্ৰয়োজন হ'লে ৱিকিপিডিয়া:নকলৰ পুৰীয়াৰ সহায় ল'ব পাৰে! Gitartha.bordoloi 19:37, 17 জানুৱাৰী 2012 (UTC)
পৰ্য্যটন বিষয়ক লেখাবিলাক বিভিন্ন ৰাজ্য/দেশ হিচাপে ভাগ কৰি সেই শ্ৰেণীৰ মাজত ৰখাৰ লগতে "পৰ্য্যটন" বৰ্গৰ ভিতৰতো ৰখা ভাল হ'ব নেকি? কাৰণ তেতিয়াহে বেটুপাতত "পৰ্য্যটন" বৰ্গত মানুহে বিচাৰিলে সকলো পৰ্য্যটন স্থান বিচাৰি পাব৷ নতুবা বেটুপাতত বিচাৰিলে সকলো ঠাই পোৱাকৈ তুমি নতুন ধৰণেৰেও সজাব পাৰা৷ মুঠতে বেটুপাতত কোনো নিৰ্দিষ্ট বৰ্গ থাকিলে তাৰ ভিতৰত সেই বৰ্গৰ অন্তৰ্গত বিষয়সমূহ থাকিলে বিচৰাত সহজ হয়৷ কথাটো ভাবি চাবাচোন৷ Anjal Borah 05:07, 20 জানুৱাৰী 2012 (UTC)
Bishnu Saikia (বিষ্ণু শইকীয়া) 12:14, 20 জানুৱাৰী 2012 (UTC)
চিজু গুৱাহাটীৰপৰা কাজিৰঙা যাব। তাৰপিছত তেজপুৰ। তেতিয়া পাৰিলে আপোনাৰ লগত মিলি কিবা এখন পাতিব খুজিছে। তেওঁৰ নাম্বাৰ হ'ল: 09650391391. আপুনি ফোন এটা কৰক বা মেইল পথিয়াওক। মেইল কৰিলে মোকো যোগ কৰি দিব। আপোনাৰ নাম্বাৰটোও মোক দিব। মোৰ 8822842726. Gitartha.bordoloi 07:48, 22 জানুৱাৰী 2012 (UTC)
Bishnu Saikia (বিষ্ণু শইকীয়া) 07:54, 22 জানুৱাৰী 2012 (UTC)
অলপ কাম হ’ল আজি অলপ যোগাযোগ কৰিলো, CS ডিপাৰ্টমেণ্টৰ হেড ৰাজী, কালিলৈ এখন Application আৰু প্ৰগ্ৰামটোৰ দিতেইলচ লিখি দিব কৈছে | তাৰ পাছ্ত Registerএ approve কৰিব | অ আৰু এটা কথা CS ৰ Conference hall দিব পাতিবলৈ | additional wi-fi আৰু projector পাম আৰু কিবা লাগিব নেকি বাৰু | কালিলৈ চব ঠিক হৈ যাব লাগে, এটাই সমস্যা খোলা দিন, বন্ধ হোৱা হ’লে ভাল আছিল দীপাংকৰ 11:24, 23 জানুৱাৰী 2012 (UTC)
Bishnu Saikia (বিষ্ণু শইকীয়া) 11:52, 23 জানুৱাৰী 2012 (UTC)
Sure. I will try to help as much as I can. Actually I am little busy these days. So whenever I get free time, I will categorize stub articles. --অম্লান জ্যো ব 16:52, 26 জানুৱাৰী 2012 (UTC)
বহুতো খালি প্ৰবন্ধও আছে। সেইবোৰৰ কাৰণে এটা শ্ৰেণী বনাব লাগিব। মই প্ৰথমতে তাকেই কৰোঁ। --অম্লান জ্যো ব 17:00, 26 জানুৱাৰী 2012 (UTC)
মই এইকেইদিন সীমিত সময়ৰ বাৰেহে নেট ব্যৱহাৰ কৰিব পাৰিছোঁ। ১২ তাৰিখৰ পাছতহে ভালদৰে লাগিব পাৰিম। --অম্লান বসুমতাৰী 16:55, 2 ফেব্ৰুৱাৰী 2012 (UTC)
বিষ্ণু দা, আপুনি কেইটামান আগৰে পৰা থকা infobox নতুনকৈ তৈয়াৰ কৰিছিল। মই সেইবোৰক redirect কৰি দিছোঁ। যেনে:
Infobox Musical artist --> Infobox musical artist; Infobox Royalty --> Infobox royalty
infobox template বোৰ case sensitive হয়। --অম্লান বসুমতাৰী 15:19, 2 ফেব্ৰুৱাৰী 2012 (UTC)
অনুগ্ৰহ কৰি বাৰ্তা:তৰুণ গগৈ#পৃষ্ঠাৰ সুৰক্ষা চাওক। Gitartha.bordoloi 09:21, 5 ফেব্ৰুৱাৰী 2012 (UTC)
"সহায়:অৰ্থকোষ" পৃষ্ঠাখন মোটামুটি সম্পূৰ্ণ কৰিলোঁ। আৰু কিবা শব্দ থাকিলে যোগ দিব পাৰে। ৱিকিপিডিয়াৰ পাঠক আৰু নতুন সদস্যৰ বাবে এইখন সহায়ক হ'ব। Gitartha.bordoloi 15:31, 5 ফেব্ৰুৱাৰী 2012 (UTC)
Is it possible to edit this instead of deleting it? I am trying to search for a similar page in the English Wikipedia for a guide... চাইপাও 16:37, 7 ফেব্ৰুৱাৰী 2012 (UTC)
The Teamwork Barnstar | ||
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্ধনা জনালোঁ। প্রভাকৰ শৰ্মা নেওগ 02:29, 14 ফেব্ৰুৱাৰী 2012 (UTC) |
বাকীকেইজন ৱিকিপিডিয়ানকো দিব লাগিছিল পদক, তুমি আৰু জ্যোতিয়েই মিলি কামটো কৰাঁচোন। ইং ৱিকিৰ Wikipedia:Barnstars এই পৃষ্ঠাতে সবিশেষ পাবাঁ, কাক কি দিবাঁ নিজেই থিৰাং কৰি ল'বাঁ। ৱিকিত লিখাৰ দৰে এই কামটোও ইম্পৰটেন্ট, আজিৰ যুগত টকা পইচা নোলোৱাকৈ কোনে কিতাপ লিখিব? তথাপিও যে আমাৰ মানুহকেইটা লাগি আছে, কিবা এটাতো পোৱা উচিত!
প্রভাকৰ শৰ্মা নেওগ 07:21, 14 ফেব্ৰুৱাৰী 2012 (UTC)
{{Under construction}}-ৰ সুৰক্ষাৰ স্তৰ সলনি কৰা হৈছে ([edit=autoconfirmed] (অনিৰ্দিষ্ট)। --অম্লান বসুমতাৰী 02:16, 16 ফেব্ৰুৱাৰী 2012 (UTC)
মই এতিয়া উপলব্ধি কৰিছোঁ যে নিৰ্দিষ্ট প্ৰবন্ধবোৰত "অসমৰ সুপ্ৰসিদ্ধ মানুহ" শ্ৰেণীটো থকা হ'লেই ভাল আছিল। গোটেই প্ৰবন্ধবোৰত একেলগে চকু ফুৰাবলৈ তেতিয়া ভাল হয়। নহ'লে উপশ্ৰেণীবোৰ খুঁচৰি ফুৰিব লাগে-কোন কবি, কোন গায়ক। অৱশ্যে "জীৱনী"ত তেনেকুৱা নকৰাই ভাল, নহ'লে পৃষ্ঠাখন বহুত দীঘল হ'ব। গীতাৰ্থ বৰদলৈ 17:20, 16 ফেব্ৰুৱাৰী 2012 (UTC)
ময়ো পাহৰিছোঁ। উচ্চতৰ মাধ্যমিকৰ জীৱবিজ্ঞান কিতাপ এখন বিচাৰি চাম ৰ'ব। গীতাৰ্থ বৰদলৈ 17:11, 17 ফেব্ৰুৱাৰী 2012 (UTC)
হয়। আমি from অংশটো বাদ দিব পাৰোঁ।--অম্লান বসুমতাৰী 15:27, 19 ফেব্ৰুৱাৰী 2012 (UTC)
The Working Wikipedian's Barnstar | |
বন্ধুবৰ, আপোনাৰ অৱদানৰ বাবে আমি কৃতজ্ঞ। এই সামান্য উপহাৰ গ্রহণ কৰক। প্রভাকৰ শৰ্মা নেওগ 15:10, 20 ফেব্ৰুৱাৰী 2012 (UTC) |
বিষ্ণু দা Stub Notice বোৰ প্ৰবন্ধবোৰৰ শেষত যোগ কৰিলে ভাল হ'ব নেকি। প্ৰবন্ধৰ আৰম্ভণিতে যোগ কৰিলে বেয়া দেখি। --অম্লান বসুমতাৰী 15:38, 22 ফেব্ৰুৱাৰী 2012 (UTC)
অঁ সৰুকৈ আৰম্ভ কৰি থৈছোঁ। পিছত অলপ দীঘল কৰিব লাগিব। গীতাৰ্থ বৰদলৈ
{{ISO standards}} fixed. আন কিবা Navbox-ত সমস্যা পালে ক'ব। ইংৰাজীৰ পৰা হুবহু copy কৰিলে এইবোৰত কিছু সমস্যাৰ সৃষ্টি হয়। --অম্লান বসুমতাৰী 15:35, 23 ফেব্ৰুৱাৰী 2012 (UTC)
নিকাকৰণ বা পৰিষ্কাৰকৰণ ? চাফাইটো বজৰুৱা যেন লাগে ! গীতাৰ্থ বৰদলৈ
অলপ বুৰঞ্জী লিখোঁ আহক। আপুনি ইং ৱিকিৰ পৰা "Baro-Bhuyan", "Kamata Kingdom" আৰু "Kachari Kingdom/কছাৰী ৰাজ্য"ৰ কাম আৰম্ভ কৰকচোন। মই মূল প্ৰবন্ধটো, কামৰূপ, চুতীয়া, ঔপনিবেশিক অসম এইবোৰ সামৰিম। গীতাৰ্থ বৰদলৈ 19:08, 26 ফেব্ৰুৱাৰী 2012 (UTC)
প্ৰভাকৰ দাই দুখন সহায় পৃষ্ঠা সৃষ্টি কৰি থৈছে: ইং ৱিকিৰ লেখীয়াকৈ সহায়:পুৰণি সূচী আৰু Simple ইং ৱিকিৰ নিচিনা সহায়:সমল। কোনখন ঠিক-ঠাক কৰা যায়? নে দুয়োখন ৰখা ভাল হ'ব? গীতাৰ্থ বৰদলৈ 18:55, 27 ফেব্ৰুৱাৰী 2012 (UTC)
সাঁচটোত কি সমস্যা হৈছে? --অম্লান বসুমতাৰী 15:20, 28 ফেব্ৰুৱাৰী 2012 (UTC)
তানভিৰৰ ব'টটোৱে কাম কৰিবলৈ হ'লে প্ৰবন্ধবোৰত ইং ইণ্টাৰৱিকি লিংক থাকিব লাগিব। বহুত অসমীয়া প্ৰবন্ধত সেয়া দিয়া হোৱা নাই (কিছুমানৰ অৱশ্যে ইং প্ৰবন্ধ নায়েই)। http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%87%E0%A6%B7:WithoutInterwiki । চাইচিতি কামখিনি শেষ কৰিব লাগে। গীতাৰ্থ বৰদলৈ 16:51, 28 ফেব্ৰুৱাৰী 2012 (UTC)
আপুনি টেগ্ কৰি থকা পৃষ্ঠাসমূহ প্ৰভাকৰ দাই Portalৰ বাবে ৰাখিছিল। যেনে- en:Portal:Arts। গীতাৰ্থ বৰদলৈ 18:51, 28 ফেব্ৰুৱাৰী 2012 (UTC)
উত্তৰ দিছোঁ, মোৰ পেজত আছে, পঢ়ি মতামত দিবাঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 01:41, 1 মাৰ্চ 2012 (UTC)
প্রকল্পটো ৱিকিপিডিয়া:ৱিকিপ্ৰকল্প পৃষ্ঠাত তালিকাভুক্ত কৰাঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 02:10, 1 মাৰ্চ 2012 (UTC)
উত্তৰ দিলোঁ। চাবাঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 11:34, 4 মাৰ্চ 2012 (UTC)
তোমাক এডমিন বনাবলৈ প্রয়াস কৰি ফে'চবুক গ্রুপত এটা প্রাথমিক প'ষ্টিং দিছোঁ। ভোট দিবাঁ, "লাগে"-ত। প্রভাকৰ শৰ্মা নেওগ (talk) 11:38, 4 মাৰ্চ 2012 (UTC)
http://as.wikipedia.org/wiki/%E0%A7%B1%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%AA%E0%A6%BF%E0%A6%A1%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE:%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%B6%E0%A6%BE%E0%A6%B8%E0%A6%95_%E0%A6%AA%E0%A6%A6%E0%A7%B0_%E0%A6%AC%E0%A6%BE%E0%A6%AC%E0%A7%87_%E0%A6%86%E0%A6%AC%E0%A7%87%E0%A6%A6%E0%A6%A8#User:Bishnu_Saikia পৃষ্ঠাত তোমাৰ নমিনেশ্যন একচেপ্ট কৰিছোঁ বুলি মেচেজ এটা দি দিয়াঁ, লগতে নিজৰ ভোটটোও দিয়াঁ। শুভকামনা থাকিল। প্রভাকৰ শৰ্মা নেওগ (talk) 16:39, 4 মাৰ্চ 2012 (UTC)
ঠিকেই আছে৷ এনেকৈ কৰিলেও হ'ব৷ Anjal Borah (talk) 09:08, 5 মাৰ্চ 2012 (UTC)
ধন্যবাদ ! গীতাৰ্থ বৰদলৈ (talk) 10:22, 5 মাৰ্চ 2012 (UTC)
এতিয়া আকৌ গোটেই WPবোৰ নতুনকৈ পুনঃনিৰ্দেশ কৰিব লাগিব। কামোৰ কাম! গীতাৰ্থ বৰদলৈ (talk) 15:33, 5 মাৰ্চ 2012 (UTC)
বেলগৰ সদস্য পৃষ্ঠাত আপুনি my sandbox দিলে আপোনাৰটোহে খোল খাব ! গীতাৰ্থ বৰদলৈ (talk) 17:38, 7 মাৰ্চ 2012 (UTC)
বঁটা আৰু পুৰষ্কাৰৰ কিবা পাৰ্থক্য আছে নেকি? গীতাৰ্থ বৰদলৈ (talk)
লেপটপৰ সমস্যা! প্ৰশাসক পদৰ বাবে শুভেচ্ছা থাকিল। মই ভোটটো এতিয়াহে দিব পাৰিছোঁ! --অম্লান বসুমতাৰী 15:12, 10 মাৰ্চ 2012 (UTC)
শ্ৰেণী:দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাসমূহ আৰু শ্ৰেণী:দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা বেলেগ বেলেহ হৈ আছে। "সমূহ"টো ৰাখি সিটো মচি পেলাব পাৰে। কৰকচোন! মোৰ এইবোৰ কৰিবলৈ বৰ এলাহ লাগে :) -- গীতাৰ্থ বৰদলৈ (talk) 17:57, 11 মাৰ্চ 2012 (UTC)
Hello, following your successful request for adminship you have been granted the sysop/administrator flag. Best of luck in your endavours and use it wisely. Regards, Snowolf How can I help? 08:30, 12 মাৰ্চ 2012 (UTC)
আজি অলপ লিখিলো।নতুন ভাগ এটা গজাই থৈছো।লিখিব লাগিব।চাবাছোন কেনে হৈছে।--দ্বিজেন মহন্ত 11:14, 12 মাৰ্চ 2012 (UTC)
বাৰ্তা এটা পঠাইছো পাইছানে ?দ্বিজেন মহন্ত সংবাদ
মূকাভিনয় প্ৰৱন্ধটো মোৰ ফালৰ পৰা শেষ কৰিলো।এতিয়া ওপৰৰ সাঁচটো উঠাই দিব লাগিব নেকি ?পঢ়ি ভুল শুদ্ধ চাই মতামত দিবা।দ্বিজেন মহন্ত সংবাদ
কৰ্মজীৱনৰ ব্যস্ততা তথা সালসলনিৰ বাবে বেছ কিছুদিন অসমীয়া ৱিকিৰ পৰা আতৰত থাকিব লগা হোৱাতো মোৰেই দুৰ্ভাগ্য। এই সময়ছোৱাত অসমীয়া ৱিকিপিডিয়াৰ উত্তৰণ অতি আশাব্যঞ্জক। যিমান পাৰি ৰাইজৰ স’তে হাত উজান দিয়াৰ চেষ্টা ৰাখিম। আপোনাৰ বাৰ্ত্তাৰ বাবে আন্তৰিক ধন্যবাদ।যামিনী অনুৰাগ (talk) 18:42, 15 মাৰ্চ 2012 (UTC)
ধন্যবাদ। নিশ্চয়, ৱিকিপিডিয়াৰ স’তে থকা আত্মীয়তা এইবাৰ ভালকৈয়ে উপভোগ কৰাৰ চেষ্টা কৰিম।যামিনী অনুৰাগ (talk) 19:17, 15 মাৰ্চ 2012 (UTC)
"ৱিকিচ'ৰা"ই শুদ্ধ আছিল। কিয়নো মিছামিছি ভুল নামটোলৈ স্থানান্তৰ কৰি আছে! -- গীতাৰ্থ বৰদলৈ (talk) 18:47, 16 মাৰ্চ 2012 (UTC)
bugzillaত দিয়া প্ৰস্তাৱ অনুমোদন হ'ল নেকি? নাই হোৱা যদি কওঁ- অভিধান মেলি চালে portalৰ বাবে "ৱিকিচ'ৰা"তকৈ "বাটচ'ৰা"টোহে ভাল হ'ব যেন লাগে। বাটচ'ৰা= পদূলিত সাজি থোৱা সৰু ঘৰ। আনহাতে, চ'ৰা= বাহিৰৰ বহা ঘৰ, আলহীৰে কথা পৰা ঘৰ। "Portal=বাটচ'ৰা" বুলি ৰাইজে মানি ল'লে "Community portal=ৱিকিচ'ৰা" কৰিব পৰা যায়। আচলতে বেটুপাতৰ বাওঁফালে থকা লিংকটোও ভুল হৈ আছে। সেইটো Community portalৰ লিংকহে, এতিয়া "ৰাইজৰ চ'ৰা"লৈ পোনাই থোৱা আছে। -- গীতাৰ্থ বৰদলৈ (talk) 19:01, 16 মাৰ্চ 2012 (UTC)
মোৰ সদস্য পৃষ্ঠাত কিবা লিখকচোন। ট্ৰান্সলেটৱিকি খুঁচৰি ঠিক কৰাৰ পিছত মিডিয়াৱিকি মেইলখন শুদ্ধ ভাষাৰে আহেনে নাই চাব বিচাৰিছোঁ। আৰু দুটামান অনুবাদৰ কথা আছে, কম।-- গীতাৰ্থ বৰদলৈ (talk)
ৱিকিপ্ৰকল্পটো ভাল হৈছে। --অম্লান বসুমতাৰী (talk) 05:52, 18 মাৰ্চ 2012 (UTC)
এইটো চাবচোন। -- গীতাৰ্থ বৰদলৈ (talk)
বিষ্ণু, মই লিখা বিশ্বনাথ চাৰিআলি, উমাটুমনি আদিত ক্লিনআপ,নাইবা 'মাল্টিপল ইছু' আদিসাঁচ মাৰি দিয়া আছে।কিন্তু এতিয়া মই কি কৰিব লাগে সেইটো আলোচনা পৃষ্ঠাটো কোনেওঁ একো নিলিখে।কি কৰিব লাগে বুলি ঢকুৱাখানা পৃষ্ঠাটোত চকুপৰাত চালো।তাত এইবোৰ একো লগোৱা নাই।তথ্য সুত্ৰৰ বাবে মাত্ৰ বাহিৰা সংযোগ এটা দিয়া আছে।মই কি কৰো সাঁচ বোৰ উঠাই দিও নেকি ? আক' লোকে লগোৱা সাঁচ উঠাবলৈও ভয় লাগে।কি কৰো জনাবা। :দ্বিজেন মহন্ত সংবাদ--দ্বিজেন মহন্ত (talk) 10:54, 18 মাৰ্চ 2012 (UTC)
"খচৰা দেখুৱাওক" ঠিক হ'ল! বাকী মিডিয়াৱিকি বাৰ্তাবোৰ ইয়াত অনুবাদ কৰি থকাৰ লাভালাভ কিমান নাজানো। মোৰ সন্দেহ ট্ৰান্সলেটৱিকি আৰু ইয়াত থকা অনুবাদ বেলেগ বেলেগ হ'লে খেলিমেলি হয়। আগতে দুটামান তেনেকুৱা দেখিছিলোঁ। নহ'বও পাৰে। চাইপাও দাই ভালকৈ ক'ব পাৰিব। আপুনি তাতকৈ চিজুৱে দিয়া লিংককেইটাত অনুবাদৰ কামত ধৰকচোন। -- গীতাৰ্থ বৰদলৈ (talk) 17:56, 22 মাৰ্চ 2012 (UTC)
দুদিনৰ পৰা Prove it গেজেটটো অদৃশ্য হৈ আছে। আপোনাৰো তেনে হৈছে নেকি? jss ফাইলত এই বিষয়ে কিবা দেখিছিল নেকি? মই গেজেটটো বৰ ভাল পাওঁ! — গীতাৰ্থ বৰদলৈ (talk) 09:42, 25 মাৰ্চ 2012 (UTC)
পদূলিত সাজি থোৱা ঘৰ 2409:4065:8A:8CF9:0:0:A91:A0B0 03:36, 2 January 2022 (ইউ.টি.চি.)
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.