সদস্য:মেঘনীল/দোৰোণ
From Wikipedia, the free encyclopedia
দোৰোণ এবিধ লেমিয়াছি (Lamiaceae ) গোত্ৰৰ 'লেউকাছ" (Leucas) জাতিৰ অন্তৰ্গতঃ তৃণজাতীয় উদ্ভিদ। ইয়াক ঠাইবিশেষে অনেক নামেৰে জনা যায়, যদিও অসমত ই দোৰোণ শাক বুলিয়ে জনাজাত। ভাৰতবৰ্ষৰ সকলো অঞ্চলতে উপলব্ধ এইবিধ তৃণ বিভিন্ন ধৰণৰ বনৌষধি আৰু কৃষিকাৰ্য্যৰ সহায়ক হিছাপে ব্যৱহাৰ কৰা হয়।[1]
ক্ষিপ্ৰ তথ্য মেঘনীল/দোৰোণ, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
মেঘনীল/দোৰোণ | |
---|---|
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
বৰ্গ: | Lamiales |
পৰিয়াল: | Lamiaceae |
গণ: | Leucas |
প্ৰজাতি: | L. aspera |
বৈজ্ঞানিক নাম | |
Leucas aspera |
বন্ধ কৰক