নমস্কাৰ,
অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম। মোৰ নাম নবীন বুঢ়াগোহাঞি। মোৰ ঘৰ কামৰূপ মহানগৰ জিলাৰ পল্টন বজাৰত। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াও।
চিৰ চেনেহী মোৰ ভাষা জননী
User:nabeen_burhagohain
|
|
মোৰ সদস্য বাৰ্তা পৃষ্ঠা
|
|
|
ক্ষিপ্ৰ তথ্য নাম, জন্ম দিন ...
Nabeen Burhagohainনাম |
নবীন বুঢ়াগোহাঞি |
---|
জন্ম দিন |
৭ এপ্ৰিল |
---|
জন্ম স্থান |
গুৱাহাটী |
---|
বৰ্তমানৰ ঠিকনা |
[গুৱাহাটী]] |
---|
জাতীয়তা |
ভাৰতীয় |
---|
যোগাযোগ |
---|
ই-মেইল |
sanmilan2010@gmail.com |
বন্ধ কৰক
আজৰি সময়ত মই কিতাপ পঢ়ি আৰু গান শুনি আটাইতকৈ বেছি ভাল পাওঁ। সাহিত্য আৰু সৃজনীশীল কলাৰ প্ৰতি শৈশৱৰ পৰায়ে আকৰ্ষিত হৈ আহিছোঁ। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি, সাহিত্য, সংস্কৃতি, জীৱবিজ্ঞান, ইতিহাস, ধৰ্ম, কলা, সংগীত, জ্যোতিৰ্বিজ্ঞান আৰু নৃতত্ত্ব বিজ্ঞানত মোৰ ৰাপ আছে। |
|
এই সদস্যজন ৱিকিপিডিয়াত ৮ বছৰ, ৯ মাহ, আৰু ৩ দিন ধৰি আছে। |
|
“জয় আই অসম” এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে। |
অধিক তথ্য Wikipedia:Babel, en-3 ...
বন্ধ কৰক
|
এইখন ৱিকিপিডিয়াৰ এখন সদস্য পৃষ্ঠা। এইটো বিশ্বকোষৰ প্ৰবন্ধ বা বিশ্বকোষৰ প্ৰবন্ধৰ আলোচনা পৃষ্ঠা নহয়। যদি আপুনি ৱিকিপিডিয়াৰ বাহিৰে অন্য ক'ৰবাত এই পৃষ্ঠাটো দেখা পায় তেন্তে সেইয়া ইয়াৰ এক প্ৰতিলিপিহে মাথোন। এই পৃষ্ঠাৰ ম্যাদ উকলি যাব পাৰে বাবে সতৰ্ক হওক। এই সদস্যপৃষ্ঠাটো যিজন ব্যক্তিৰ, তেওঁ ৱিকিপিডিয়াৰ বাহিৰে অন্য কোনো ৱেবছাইটৰ সৈতে ব্যক্তিগতভাৱে জড়িত নহ’বও পাৰে। |