![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/b/bb/Black-hooded_Oriole_%2528Oriolus_xanthornus%2529_in_Kolkata_I_IMG_7603.jpg/640px-Black-hooded_Oriole_%2528Oriolus_xanthornus%2529_in_Kolkata_I_IMG_7603.jpg&w=640&q=50)
সখিয়তী
From Wikipedia, the free encyclopedia
সখিয়তী বা পাটমাদৈ(ইংৰাজী: Black-hooded Oriole, বৈজ্ঞানিক নাম-Oriolus xanthornus) 'Oriole' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ চৰাইৰ প্ৰজাতি৷ ই বিষুৱীয় অঞ্চলৰ দক্ষিণ এছিয়াৰ ভাৰতৰ পৰা শ্ৰীলংকা, ইণ্ডোনেছিয়া পৰ্যন্ত স্থানীয়ভাৱে প্ৰজনন কৰে৷
ক্ষিপ্ৰ তথ্য সখিয়তী (Black-hooded Oriole), সংৰক্ষণ স্থিতি ...
সখিয়তী (Black-hooded Oriole) | |
---|---|
![]() | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Oriolidae |
গণ: | Oriolus |
প্ৰজাতি: | O. xanthornus |
বৈজ্ঞানিক নাম | |
Oriolus xanthornus (Linnaeus, 1758) |
বন্ধ কৰক